DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰ্শকেৰে ভৰি পৰিব ষ্টেডিয়াম; আজি ভাৰত-ওমানৰ মাজত প্ৰাক বিশ্বকাপৰ মেচ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2019 10:53 am
Indira_Gandhi_Athletic_Stadium,

সৰুসজাই ষ্টেডিয়ামৰ ফাইল ফটো

510
VIEWS
Share on FacebookShare on Twitter

আজি ফিফা বিশ্বকাপ আৰু এছিয়া কাপৰ গুৰুত্বপূৰ্ণ কোৱালিফায়িং মেচত মুখামুখি হ’ব ভাৰত আৰু ওমান। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগীয়া এই বহু প্ৰতিক্ষিত মেচখনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে আয়োজক।

১০৩ নম্বৰ ফিফা ৰেংকিঙৰ অধিকাৰী ভাৰতৰ সন্মুখত ৮৭ নম্বৰৰ ওমান। যুঁজ কঠিন হ’ব যদিও প্ৰৱল আত্ম বিশ্বাসেৰে ভৰি আছে ভাৰতীয় শিবিৰ।

উল্লেখ্য যে ১৯৯৪ চনৰ পিছৰে পৰা ওমানৰ বিৰুদ্ধে খেলা ছখন আন্তঃৰাষ্ট্ৰীয় মেচত সফলতাৰ মুখ দেখা নাই ভাৰতে। দুখনত ড্ৰ আৰু চাৰিখনত পৰাস্ত। এই পৰিসংখ্যালৈ চালে আজিৰ হাইভল্টেজ মেচৰ ফেভাৰিট ওমান।

দুয়োটা দলে অন্তিমবাৰৰ বাবে ২০১৮ চনত এখন প্ৰীতি মেচত মুখামুখি হৈছিল। মেচখন ড্ৰ ৰূপে সমাপ্ত হৈছিল।

সুনীল চেত্ৰী নেতৃ্ত্বাধীন ভাৰতীয় দলৰ শেহতীয়া প্ৰদৰ্শন খুব সন্তোষজনক নহয় যদিও মেচখনত জয়ী হোৱাৰ বাবে দলে সৰ্বশক্তি প্ৰয়োগ কৰিব বুলি প্ৰশিক্ষক ইগ’ৰ ষ্টিমাকে জানিবলৈ দিয়ে।

ইফালে যোৱা ২৫ বছৰৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ মানসিকতাৰে সৰুসজাইৰ ষ্টেডিয়ামত প্ৰৱেশ কৰিব ওমান। দলৰ উদ্দেশ্য কেৱল জয় বুলিয়ে মন্তব্য কৰে প্ৰশিক্ষক কোমেনে।

প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া প্ৰাক বিশ্বকাপৰ মেচখনকলৈ ব্যাপক উচাহ দৰ্শকৰ মাজত। মেচখনৰ বাবে মুকলি কৰি দিয়া টিকট ইতিমধ্যে শেষ হৈ যোৱা বুলি প্ৰকাশ কৰিছে অসম ফুটবল সন্থাই।

গেলেৰী পৰিপূৰ্ণ দৰ্শকৰ হৰ্ষোল্লাসৰ মাজেৰে সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব হাইভল্টেজ মেচখন। আৰু ভাৰতীয় ফুটবলৰ ইতিহাসত সন্নিবিষ্ট হ’ব সৰুসজাইৰ নাম।

Recent News

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd