• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

সুখবৰ! ফিফাই প্ৰত্যাহাৰ কৰিলে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ওপৰত থকা নিলম্বন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 27, 2022 9:28 am
FIFA AIFF
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত সংকটমুক্ত হ’ল ভাৰতীয় ফুটবল। ভাৰতীয় ফুটবলৰ শীৰ্ষ সংস্থা সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ওপৰত আৰোপ কৰা নিলম্বন শুকুৰবাৰে প্ৰত্যাহাৰ কৰিছে ফিফাই।

ফিফাৰ নিলম্বন প্ৰত্যাহাৰে ভাৰতীয় ফুটবলৰ আন্ত:ৰাষ্ট্ৰীয় স্বীকৃতি পুনৰুদ্ধাৰ কৰাৰ লগতে অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া অনুৰ্ধ-১৭ মহিলা বিশ্বকাপৰ আয়োজনৰ পথো মুকলি কৰি দিয়ে।

Apply Now

ভাৰতীয় ফুটবল সংস্থাটোত তৃতীয় পক্ষৰ অপ্ৰয়োজনীয় হস্তক্ষেপৰ অভিযোগ তুলি ফিফাই ১৫ আগষ্টত এক বিবৃতি যোগে তৎকালীনভাৱে নিষেধাজ্ঞা আৰোপ কৰিছিল।

ফিফাই এনে হস্তক্ষেপ ফিফা আইনৰ এক গুৰুতৰ উলংঘন বুলি উল্লেখ কৰি ‘ব্যুৰো অৱ দ্য ফিফা কাউঞ্চিল’ৰ দ্বাৰা সৰ্বসন্মতিক্ৰমে তাৎক্ষণিক ভাৱে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনক নিলম্বন কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি ঘোষণা কৰিছিল।

ফিফাৰ নিষেধাজ্ঞাৰ ফলত ভাৰতে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ফুটবল মেচত অংশগ্ৰহণৰ স্বীকৃতি হেৰুৱাই পেলোৱাৰ লগতে দেশত অনুষ্ঠিত হ’বলগীয়া ১৭ অনুৰ্ধ মহিলা বিশ্বকাপ আয়োজনৰ ক্ষেত্ৰতো বাধা আহি পৰিছিল।

অৱশ্য কালি ফিফাই এই নিলম্বন প্ৰত্যাহাৰ কৰি পুনৰ ভাৰতীয় ফুটলৰ শীৰ্ষ সংস্থাটোৰ আন্ত:ৰাষ্ট্ৰীয় স্বীকৃতি ঘূৰাই দিয়ে।

শুকুৰবাৰে নিশা এক বিজ্ঞপ্তি যোগে ফিফাই ইয়াৰ ‘ব্যুৰো অৱ দ্য ফিফা কাউঞ্চিল’- এ অল ইণ্ডিয়া ফুটবল ফেডাৰেচন (AIFF)ৰ ওপৰত আৰোপ কৰা নিলম্বন উঠাই লোৱাৰ সিদ্ধান্ত লৈছে বুলি ঘোষণা কৰে।

উল্লেখ্য যে ফিফাই AIFF ৰ ওপৰত নিলম্বন আৰোপ কৰাৰ সময়ত ভাৰতীয় ফুটবল সংস্থাটোৱে সম্পূৰ্ণ নিয়ন্ত্ৰণ পুনৰ নিজৰ হস্তক্ষেপলৈ অনাৰ পিছত নিলম্বন উঠাই লোৱা হ’ব বুলি উল্লেখ কৰিছিল।

কালি বিজ্ঞপ্তিটোত AIFF ৰ কাৰ্যকৰী সমিতিৰ ক্ষমতা প্ৰয়োগৰ বাবে গঠন কৰা প্ৰশাসকৰ সমিতিৰ আদেশ বাতিল তথা ভাৰতীয় ফুটবল প্ৰশাসনে সম্পূৰ্ণ নিয়ন্ত্ৰণ পুনৰ নিজৰ হাতলৈ আনিছে বুলি নিশ্চিতি পোৱাৰ পিছত ফিফাই এই সিদ্ধান্ত লয় বুলি জানিবলৈ দিছে।

অৱশ্যে নিষেধাজ্ঞা বাতিল কৰিলেও ফিফা আৰু এছিয়ান ফুটবল কনফেডাৰেচনে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ওপৰত নিৰীক্ষণ অব্যাহত ৰাখিব বুলি ফিফাই লগতে কয়।

লগতে সময়মতে নিৰ্বাচন আয়োজনত ভাৰতীয় ফুটবলৰ শীৰ্ষ সংস্থাটোক ফিফা আৰু AFC এ সহযোগ কৰিব বুলিও ফিফাই উল্লেখ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd