• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ ডিজিটেল ইণ্ডিয়াক উপহাস যোৰহাট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ 

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
October 31, 2018 3:05 pm
File-1024x512
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট ষ্টেট বেংকৰ কৰ্মী নয়ন জ্যোতি শৰ্মাই সোমবাৰে তেওঁৰ গাড়ীখনৰ পঞ্জীয়নৰ ফাইলটো বিচাৰি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হোৱাত এক ভয়ানক অভিজ্ঞতা লাভ কৰিলে। জাপ জাপ কাগজৰ দ’মৰ মাজত শৰ্মাৰ ফাইলটো বিচাৰি নোপোৱাত তেওঁক এসপ্তাহৰ পাছত আহিবলৈ কোৱা হৈছিল।

শৰ্মাই তেওঁৰ অভিজ্ঞতা সন্দৰ্ভত এইদৰে কৈছে, মোৰ গাড়ীখনৰ পঞ্জীয়ন পাঁচ বছৰৰ বাবে কৰা আছিলআৰু মই ইয়াক ১০ ভচৰৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিলোঁ। আৱেদনপত্ৰ জমা দিয়াৰ পাছত আৱেদনপত্ৰ গ্ৰহণ কৰা ভদ্ৰ মহিলাগৰাকীয়ে মোক ষ্টোৰৰ পৰা মোৰ আগতীয়া পঞ্জীয়ন ফাইলটো সংগ্ৰহ কৰাৰ বাবে কৈছিল।

Apply Now

কিন্তু ফাইলটো দ’ম দ’ম কাগজৰ মাজত বিচাৰি পোৱাটো দুঃসাধ্য আছিল। শৰ্মাই কৈছে যে তেওঁ তেওঁৰ গাড়ীখনৰ পঞ্জীয়নৰ ম্যাদ বৃদ্ধি কৰিবলৈ ব্যৰ্থ হোৱা বাবে আৰু এসপ্তাহলৈকে তেওঁৰ গাড়ীখন ব্যৱহাৰ কৰিব নোৱাৰিব।

‘’যোৰহাট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ফাইল ৰখাৰ কোনো নিয়ম-মাফিক ব্যৱস্থা নাই। ফাইলসমূহ ষ্টোৰৰূমৰ উপৰিও মজিয়া, বাৰাণ্ডা সকলোতে সিঁচৰতি কৰি থোৱা আছে। ইয়াৰ অধিকাংশই উৱঁলি গৈছে।‘’ শৰ্মাই কয়।

শৰ্মাই আৰু কয়, উৱঁলি যোৱা, ধূলিময় কাগজৰ দ’মৰ পৰা যিকোনো এটা ফাইল বিচাৰি উলিয়াব পৰা গৰাকী অত্যন্ত ভাগ্যৱান।

এই ঘটনাত হতচকিত হৈ মই যোৰহাটৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত পৰি থকা ফাইলসমূহৰ ফটো ফেচবুকত আপলোড কৰিছো। এই সন্দৰ্ভত যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে।

সাংসদগৰাকীক ধন্যবাদ জনাই শৰ্মাই শৰ্মাই তেওঁক অনুৰোধ কৰিছে যাতে তেওঁৰ বাহনখনৰ পঞ্জীয়নৰ ফাইলটো বিচাৰি উলিয়াবলৈ জিলা পৰিবহণ কাৰ্যালয়ৰ কৰ্মচাৰীসকলক আদেশ দিয়ে।

‘ষ্টোৰ কীপাৰ গৰাকীলৈ মোৰ দুখ লাগিছে। মই তেওঁক সহায় কৰিবলৈ বিচাৰিছিলোঁ কিন্তু সমগ্ৰ সময়খিনি ধূলিৰ ডাঠ তৰপৰ মাজত আমি কাঁহি আৰু হাচিয়াই আছিলোঁ।‘ তেওঁ কয়।

এই ডিজিটেল যুগত আজি পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ ফাইল যেনেদৰে ৰখা হৈছে সেয়া সঁচাই লজ্জাজনক। যদিহে কৰ্মচাৰীসকলে ফাইলসমূহ ডিজটেল ফৰ্মেটত আপলোড কৰিবলৈ সময় নাপায়, তেন্তে তেওঁলোকে ব্যক্তিগত এজেঞ্চিক কামটো কৰাৰ বাবে আউটছোৰ্চ কৰিব লাগে বুলি শৰ্মাই পৰামৰ্শ দিয়ে।

এটা সপ্তাহৰ ভিতৰতে নিজৰ ফাইলটো বিচাৰি পোৱাৰ আশাত এতিয়ালৈকে শৰমাই জিলা পৰিবহণ বিষয়া নাইবা উপায়ুক্তৰ ওচৰত অভিযোগ কৰা নাই।

উল্লেখ্য যে নৰ্থ ইষ্ট নাওৰ পৰা বহু বাৰ চেষ্টা কৰাৰ পাছতো জিলা পৰিবহণ বিষয়া নৰেশ্বৰ লহকৰৰ পৰা কোনো মন্তব্য পোৱা নগ’ল।

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

August 17, 2026 2:22 pm
নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

August 17, 2026 2:22 pm
নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd