DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমীয়া চলচ্চিত্ৰ অনন্যালৈ ৩টা শিতানত শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2019 2:57 pm
r-2
308
VIEWS
Share on FacebookShare on Twitter

১০ জানুৱাৰি বৃহস্পতিবাৰে সস্পন্ন হোৱা তৃতীয় শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা অনুষ্ঠানত অসমীয়া চল্চচিত্ৰ ‘অনন্যা’ই ৩টা শিতানত এই বঁটা লাভ কৰিছে। আঞ্চলিক চলচ্চিত্ৰলৈ অৱদান আগবঢ়োৱা চলচ্চিত্ৰ আৰু চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তিসকলৈ এই বঁটা আগবঢ়োৱা হয়।
অসমীয়া চলচ্চিত্ৰ ‘অনন্যা’ই ৩টা শিতানত এই বঁটা লাভ কৰিছে। বিজয় নাথে এই শ্ৰেষ্ঠ ছাউণ্ড ডিজাইনাৰৰ বঁটা আৰু অভিনেত্ৰী চন্দনা শৰ্মাই লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। চলচ্চিত্ৰখনৰ পৰিচালক অৰূপ মান্নাই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে।
‘অনন্যা’ত পিতৃতান্ত্ৰিক মূল্যবোধৰ দ্বাৰা চালিত সমাজত প্ৰায় অৱহেলিত হৈ থকা জটিলতাপূৰ্ণ বিষয়সমূহ—নাৰীৰ হেঁপাহ, যৌনতা আৰু অভিজ্ঞতা আদিক প্ৰগতিবাদী দিশেৰে চালিজাৰি চোৱা হৈছে।
জুবিন গাৰ্গৰ ‘মিশ্যন চাইনা’ই ২টা শিতানত এই বঁটা লাভ কৰিছে। চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা লাভ কৰিছে।

শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী বঁটা লাভ কৰিছে সুমন বৰুৱা আৰু প্ৰদীপ দৈমাৰীয়ে আৰু সম্পাদনাৰ বঁটা লাভ কৰিছে প্ৰতীম খাউণ্ডে।
দুটাকৈ বঁটা প্ৰাপ্ত আনখন চলচ্চিত্ৰ হৈছে ইশ্বু। ইশ্বু চলচ্চিত্ৰৰ বাবে কপিল গাৰোৱে বিশেষ জুৰি বঁটা লাভ কৰিছে।
অসমীয়া লেখিকা মণিকুন্তলা দত্তবৰুৱাই লিখা একে নামৰ উপন্যাসৰ আধাৰত এই চলচ্চিত্ৰখনৰ নিৰ্দেশনা হৈছে উৎপল বৰপূজাৰীৰ। এই চলচ্চিত্ৰখনে সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰে।
‘ফেঁহুজালি’ চলচ্চিত্ৰৰ বাবে সুৰেন মহন্তই শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। ‘কেলেণ্ডাৰ’ চলচ্চিত্ৰৰ বাবে তৰালী শৰ্মাই লাভ কৰে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা। ‘সীমা—দ্য ষ্টৰি আনটল্ড’ৰ বাবে ড০ জাহানাৰা বেগমে লাভ কৰে বিশেষ জুৰি বঁটা।

Recent News

Bihar Nitish Kumar

বিহাৰত আজি শাসনলৈ ‘মহাজোঁট’ৰ নতুন চৰকাৰ: মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’ব নীতিশ কুমাৰে

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

ছয়গাঁৱত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd