• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধানসভাত বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰঃ কি আছে বাজেটত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2024 4:01 pm
Assam budget
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বিধানসভাত দাখিল কৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটৰ আয় হৈছে ১,৪৩,৬০৫.৫৬ কোটি আৰু ব্যয় হৈছে ১,৪৩,৮৯০.৬২ কোটি টকা। বাজেটৰ ঘাটিৰ পৰিমাণ হৈছে ৭৭৪.৪৭ কোটি টকা। ঋণৰ ওপৰত নিৰ্ভৰশীল অসম চৰকাৰে ২৯ হাজাৰ ৪৪০ কোটি টকাৰ ঋণ ল’ব বুলি বাজেটত উল্লেখ কৰা হৈছে। বাজেটৰ ঋণ পৰিমাণ হৈছে ২০.২৫০ শতাংশ।

বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত কয় যে অৰুণোদয়-২.০ পৰিসৰ বৃদ্ধিৰে অধিক জনসাধাৰণক সামৰি লোৱা বিগত বৰ্ষৰ সংকল্পৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যজুৰি অৰুণোদয়- ২.০ আৰম্ভ কৰা হৈছে। এই আঁচনিৰ অধীনত ৰাজ্যখনৰ অন্ত্যোদয়া মহিলাসকলৰ উপৰি তৃতীয় লিংগৰ ব্যক্তি আৰু দিব্যাংগজনৰ সাঙুৰি লোৱা হ’ব।

Apply Now

সমগ্ৰ ৰাজ্যখনতে কেতবোৰ চৰ্ত সাপেক্ষে গ্ৰামাঞ্চলৰ আত্ম- সহায়ক গোটসমূহৰ ৩৯,৬৭,৭৪৩গৰাকী মহিলা সদস্যলৈ ১০,০০০ টকাকৈ উদ্যমিতা পুঁজি হিচাপে প্ৰদান কৰা হ’ব বুলিও মন্তব্য কৰে বিত্তমন্ত্ৰীয়ে। এই সুবিধা লাভ কৰাৰ পাছত এনে প্ৰতিগৰাকী হিতাধিকাৰীয়ে নূন্যতম ২৫হাজাৰকৈ বেংকৰ ঋণ লাভ কৰিব। সেই ধনৰ সদব্যৱহাৰ আৰু সময়মতে ঋণ পৰিশোধ কৰিলে ১২৫০০টকাৰ ৰাজসাহায্য লাভ কৰিব।

আজিৰ বাজেটত উত্থাপিত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত ১০ লাখ ছাত্ৰীক নামভৰ্তিৰ ক্ষেত্ৰত উদগনি হিচাপে বিত্তীয় অনুদান আগবঢ়োৱাৰ প্ৰস্তাৱ দাখিল কৰা হৈছে। এই সুবিধা অনুসৰি ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতোকোত্তৰ পৰ্যায়লৈ যিকোনো চৰকাৰী উচ্চ শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব। অৱশ্যে বিবাহিত ছাত্ৰী এই সুবিধাৰ বাবে যোগ্য বিবেচিত নহ’ব।

আঁচনি অনুসৰি, একাদশ শ্ৰেণীত নামভৰ্তি কৰিবলৈ ১০,০০০ টকা, স্নাতক পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে ১২,৫০০ টকা আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ নামভৰ্তি কৰাৰ বাবে প্ৰতিগৰাকী ছাত্ৰীয়ে ১৫,০০০ টকাকৈ উদগনিমূলক ধন হিচাপে লাভ কৰিব।

মন কৰিবলগীয়া যে, বিনামুলীয়া নামভৰ্তি, স্কুটি প্ৰদান ইত্যাদিৰ দৰে বৰ্তমানে প্ৰদান কৰি থকা সুবিধাসমূহৰ উপৰিও এই সুবিধা প্ৰদান কৰা হ’ব। ইয়াৰ বাবে বাজেটত ২৪০ কোটি টকা ধাৰ্য কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

বিত্তমন্ত্ৰী বাজেটৰ অন্যান্য প্ৰস্তাৱসমূহ হৈছে ক্ৰমে ৰাম মন্দিৰলৈ যোৱা ২৫ শ তীৰ্থযাত্ৰীক আৰ্থিক সাহায্য আগবঢ়াব চৰকাৰে। ইয়াৰ বাবে ২৫ কোটি টকা আৱন্টন দিয়াৰ প্ৰস্তাৱ ৰখা হৈছে। আনহাতে যিবোৰ পৰিয়ালত এজনো চাকৰিয়াল নাই তেনে প্ৰাৰ্থীক অতিৰিক্তভাৱে ৫ নম্বৰকৈ প্ৰদান কৰা হ’ব। চাহ জনজাতি সম্প্ৰদায়ৰ চৰকাৰী চাকৰি ৩ শতাংশ সংৰক্ষণৰ প্ৰস্তাৱ দিয়া হৈছে।

অসমীয়া চলচ্চিত্ৰক উৎসাহিত কৰিবলৈ পূৰ্ণ দৈঘ্যৰ অসমীয়া বোলছবিৰ বাবে ১০লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াব বুলিও উল্লেক কৰা হৈছে। চাফাই কৰ্মীসকলক ঘৰ প্ৰদান কৰা হ’ব। কুকুৰা আৰু কণী উৎপাদকলৈ বাজেটত ২৫কোটি টকা ধাৰ্য কৰা হৈছে। মাইক্ৰ ফাইনেন্সক সকাহ দিবৰ বাবে বাজেটত ৫৫০কোটি টকা ধাৰ্য কৰা হৈছে।

জি এম চিৰ নতুন আন্তঃগাথনিৰ বাবে ৩২৫০কোটি টকা ধৰা হৈছে। ৫৫০কোটি টকাৰ ব্যয়েৰে ৫০টা মথাউৰি নিৰ্মাণ। নতুনকৈ নিৰ্মাণ কৰা চৰকাৰী বা ব্যক্তিগত গৃহত সৌৰশক্তিৰ ব্যৱস্থাপনা বাধ্যতামূলক কৰা হৈছে। ৩০০কোটি টকাৰ ব্যয়েৰে চন্দ্ৰপুৰত ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব। দিপৰ বিল পুণৰাজ্জীৱিতকৰণৰ বাবেও ১০০কোটি টকা ধাৰ্য কৰা বাজেটত।

আৰক্ষী-কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বসবাসৰ সু-ব্যৱস্থাৰ বাবে চৰকাৰে অনাগত ৫ বছৰত ১০,০০০ নতুন গৃহ নিৰ্মাণৰ পৰিকল্পনা লৈছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত ২,০০০ টা গৃহ নিৰ্মাণৰ কাম সম্পূর্ণ কৰিব। এই উদ্দেশ্য ১৫০ কোটি টকা ধার্য কৰিছে। অগ্নিবীৰ হিচাপে নিযুক্তি পোৱা অসমৰ যুৱক-যুৱতীসকলৰ বাবে অসম আৰক্ষীত ১০% পদ সংৰক্ষণৰ কথা ঘোষণা কৰা হৈছে বাজেটত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd