DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’না পৰিস্থিতিত আয়কৰ ৰেহাইক লৈ ডাঙৰ সিদ্ধান্ত বিত্তমন্ত্ৰীৰ; কোন, কেনেদৰে হ’ব উপকৃত?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 26, 2021 8:53 am
2021_2$largeimg_295949608

নিৰ্মলা সীতাৰমণ।

406
VIEWS
Share on FacebookShare on Twitter

কৰ’না পৰিস্থিতিৰ মাজতে এক ডাঙৰ সকাহৰ খৱৰ। আয়কৰৰ ক্ষেত্ৰত বিত্ত মন্ত্ৰ্যালয়ে বৃহৎ ৰেহাইৰ ঘোষণা কৰিছে।

শুকুৰবাৰে এই সন্দৰ্ভত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিত্ত মন্ত্ৰ্যালয়ৰ বিষয়াসকলৰ সৈতে বৈঠকত বহে।

কৰ’নাৰ সংকটৰ মাজত জনসাধাৰণক কেনেদৰে সকাহ দিব পাৰি তাক লৈয়ে অনুষ্ঠিত হৈছিল এই বৈঠক। এই বৈঠকতে এলানি সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ দ্বাৰা বহুখিনি সকাহ পোৱা যাব বুলি ধাৰাণা কৰা হৈছে।

সিদ্ধান্ত অনুসৰি, ১০ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই পোৱা যাব পাৰে। কৰ’না পৰিস্থিতিত পৰিয়ালৰ কোনোবাৰ যদি মৃত্যু হয় তেনেক্ষেত্ৰত কিছু ৰেহাই দিয়া হৈছে। সেই অৱস্থাত যদি কাৰোবাৰ পৰা টকা ধাৰ লোৱা হৈছে সেই ক্ষেত্ৰতো কিছু ৰেহাই দিয়াৰ কথা ঘোষণা কৰা হৈছে।

এনে অৱস্থাত ১০ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই দিয়াৰ কথা কোৱা হৈছে। যি পৰিমানৰ টকা সাহায্য দিয়া হ’ব ইক সিমান পৰিমানৰ আয়কৰ ৰেহাই দিয়াৰ কথা কোৱা হৈছে।

২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰাই এই নতুন নিয়ম কাৰ্যকৰী হ’ব বুলিও জানিবলৈ দিছে।

তদুপৰি, আন কিছু ক্ষেত্ৰতো ৰেহাইৰ কথা ঘোষণা কৰা হৈছে। যেনে, আয়কৰদাতাসকলে ৩১ অক্টোবৰৰ ভিতৰত সুতসহ আয়কৰ জমা দিব পাৰিব।

ইয়াৰোপৰি থকা ঘৰৰ বাবে কোনো বিনিয়োগ কৰিলে যি কৰ ৰেহাই পোৱা যায় সেই সুবিধা লোৱাৰ ক্ষেত্ৰত সময়সীমা আৰু ছমাহ বৃদ্ধি কৰা হৈছে। এই সময়সীমা আগতে তিনিমাহ আছিল।

বহু ক্ষেত্ৰত আয়কৰ জমা দিয়াৰ ক্ষেত্ৰত সমস্যা থাকে। তেনেক্ষেত্ৰত সেয়া দূৰ কৰিবলৈ সময় আৰু দুমাহ বৃদ্ধি কৰি ৩১ আগষ্ট পৰ্যন্ত কৰা হৈছে।

সংস্থাসমূহে যি আয় কৰ্তন কৰে (TDS) তাৰ সময়সীমাও বৃদ্ধি কৰা হৈছে। এই সময়সীমা ১৫ জুলাই পৰা বৃদ্ধি কৰি ৩১ জুলাই কৰা হৈছে।

সেইদৰে পান আৰু আধাৰকাৰ্ডৰ লিংক কৰাৰ সময়সীমাও আৰু তিনিমাহ বৃদ্ধি কৰা হৈছে।

Recent News

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd