• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নৱীকৰণযোগ্য শক্তি আৰু বৈদ্যুতিক বাহনৰ প্ৰদৰ্শনী নাৰ্ভ ২০২৫ৰ ২য় সংস্কৰণৰ ঘোষণা ফাইনাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2025 3:28 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগ আৰু বাণিজ্য ফেডাৰেচনে (ফাইনাৰ) ঘোষণা কৰিছে উত্তৰ-পূব নৱীকৰণযোগ্য শক্তি আৰু বৈদ্যুতিক বাহন প্ৰদৰ্শনী (নাৰ্ভ ২০২৫)ৰ দ্বিতীয় সংস্কৰণ। এই প্ৰদৰ্শনীখন ২১ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰ ২০২৫লৈকে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ অনুষ্ঠিত হ‘ব। পূৰ্বৰ নাৰ্ভ ২০২৪ৰ বৃহৎ সফলতাৰ পিছত, এই দ্বিতীয় সংস্কৰণ অধিক ব্যাপক, অধিক গতিশীল আৰু অধিক প্ৰভাৱশালী হ‘ব বুলি আশা কৰা হৈছে, য‘ত নৱীকৰণযোগ্য শক্তি আৰু ই-মবিলিটিৰ পৰিৱেশ তন্ত্ৰৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক অংশীদাৰসকল একত্ৰিত হ‘ব।

উল্লেখ্য যে, নাৰ্ভ ২০২৫ৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলত নৱীকৰণযোগ্য শক্তি গ্ৰহণ আৰু বৈদ্যুতিক গতিশীলতাৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে এক বিস্তৃত মঞ্চ প্ৰদান কৰা। এই প্ৰদৰ্শনীয়ে ভাৰতৰ স্বচ্ছ শক্তি ৰোডমেপত এই অঞ্চলটোৰ কৌশলগত গুৰুত্বক উজ্জ্বল কৰি তুলিব।

Apply Now

ভাৰত চৰকাৰৰ নৱ আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়, পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয় আৰু শক্তি মন্ত্ৰালয়ৰ সমৰ্থন লাভ কৰিছে এই অনুষ্ঠানটিয়ে। নাৰ্ভ ২০২৫-এ ভাৰতৰ স্বচ্ছ প্ৰযুক্তি ৰূপান্তৰত উত্তৰ-পূৰ্বাঞ্চলৰ উদীয়মান ভূমিকাক গুৰুত্ব প্ৰদান কৰে।

ইফালে, এই বছৰৰ প্ৰদৰ্শনীখনত ৭০টা অংশগ্ৰহণকাৰী কোম্পানী আৰু ১২০টা প্ৰদৰ্শনী ষ্টল থাকিব। নতুন তথা আহিবলগীয়া মডেলসমূহ প্ৰদৰ্শন কৰিবলৈ বৈদ্যুতিক বাহন নিৰ্মাতাসকলৰ বাবে এক বিশেষ মুকলি প্ৰদৰ্শনী ক্ষেত্ৰ সৃষ্টি কৰা হৈছে। এই তিনিদিনীয়া কাৰ্যসূচীত নীতি আলোচনা, কাৰিকৰী সন্মিলন, জ্ঞানৰ অধিৱেশন আৰু বি২বি/বি২জি বৈঠক অনুষ্ঠিত হ‘ব, যাৰ ফলত উদ্যোগ, চৰকাৰ, শিক্ষাবিদ আৰু উদ্ভাৱকসকলৰ মাজত সহযোগিতাৰ ব্যাপক সুযোগ সৃষ্টি কৰিব পৰা যাব।

নাৰ্ভ ২০২৫ৰ এক মুখ্য গুৰুত্ব হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগী আৰু ষ্টাৰ্টআপসমূহক শক্তিশালী কৰা। এই প্ৰদৰ্শনীয়ে উদীয়মান প্ৰযুক্তি, বজাৰৰ ধাৰা, আৰু কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু আগশাৰীৰ কোম্পানীসমূহৰ সৈতে পোনপটীয়া মত বিনিময়ৰ সুযোগ আগবঢ়াব। এই জ্ঞানৰ অধিৱেশনসমূহে ক্ষমতা-নিৰ্মাণ আৰু দক্ষতা বিকাশতো অধিক সহায় আগবঢ়াব।

এই পদক্ষেপৰ জৰিয়তে ফাইনাৰ-এ উদ্যোগীকৰণক প্ৰতিপালিত কৰা, উদ্যোগৰ বিকাশ আগুৱাই নিয়া আৰু ভাৰতৰ বহনক্ষম বিকাশৰ দৃষ্টিভংগীত অঞ্চলটোৰ অৱদান শক্তিশালী কৰাৰ প্ৰতি নিজৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd