• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Sanna Marin: পাৰ্টিত সুৰাপান কৰি গানৰ তালত নৃত্য! ড্ৰাগ টেষ্ট কৰালে বিশ্বৰ সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰীগৰাকীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2022 12:32 pm
চান্না মাৰিন।

চান্না মাৰিন।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Finland PM Sanna Marin undergoes drug test এটা পাৰ্টিত সুৰাপান কৰি নৃত্য আৰু গানত মত্ত হোৱাকলৈ আৰম্ভ হোৱা বিতৰ্কৰ পিছত ড্ৰাগ টেষ্টৰ সন্মুখীন হৈছে ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী চান্না মাৰিন।

অৱশ্যে একে সময়তে, তেওঁ শপত খাই কয় যে তেওঁ কোনো নিষিদ্ধ ড্ৰাগছ গ্ৰহণ কৰা নাছিল। তেওঁ লগতে কয় যে শনিবাৰে নিশা তেওঁৰ চৰকাৰী কামকাজ কৰাৰ সক্ষমতা আছিল আৰু তেনে কাম আহি পৰিলে তেওঁ পাৰ্টি এৰি গৈ কামতেই লাগিলেহেঁতেন।

লগতে পঢ়ক: Tomato Flu Outbreak in India: ভাৰতত বৃদ্ধি পাইছে টমেট’ ফ্লু; ৮২ জনৰ শৰীৰত হৈছে চিনাক্ত, জানক সৱিশেষ

Apply Now

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা পাৰ্টিৰ ভিডিঅ’ক লৈয়েই ঘটনাটো আৰম্ভ হৈছিল। এই ভাইৰেল ভিডিঅ’টোত প্ৰধানমন্ত্ৰীক অতি উল্লাসপূৰ্ণ অৱস্থাত দেখা গৈছিল। নৃত্য, গান, সুৰাপান তেওঁ সকলো কৰিছিল। বন্ধুবৰ্গৰ সৈতে তেওঁৰ পাৰ্টী কৰাৰ ভিডিঅ’টো বৰ্তমান ভাইৰেল হৈ পৰিছে।

চান্না মাৰিন।

এই ঘটনাৰ পিছতে বিৰোধীৰ পৰা দাবী উত্থাপিত হৈছিল যে মাৰিনৰ ড্ৰাগ টেষ্ট কৰা উচিত। সমালোচকসকলে কয় যে এইটো প্ৰধানমন্ত্ৰীৰ বাবে এটা শোভনীয় কথা নহয়।

অৱশ্যে তেওঁ সেইদিনা ড্ৰাগছ সেৱনৰ অভিযোগ অস্বীকাৰ কৰিছিল। তেওঁ স্পষ্ট কৰি দিছিল যে তেওঁ কেৱল পাৰ্টিত সুৰাপান কৰিছিল। মাৰিনে এইটোও কৈছিল যে তেওঁ ভিডিঅ’টো নিৰ্মাণ কৰা বুলি জানিছিল যদিও এইটো ৰাজহুৱা হৈ পৰাটো দুৰ্ভাগ্যজনক।

লগতে পঢ়ক: FIFA ban AIFF Impact: প্ৰধানমন্ত্ৰী মোডীৰ ফোনেও নিদিলে কাম; হতাশ হৈ ঘৰলৈ উভতিছে গোকুলম কেৰালা এফ চি

ছ’চিয়েল মিডিয়াত বহুতেই প্ৰধানমন্ত্ৰীৰ সুৰাপান কৰি নৃত্য আৰু গানত মত্ত হোৱাৰ বিষয়টো সমালোচনা কৰিছে। কিন্তু প্ৰধানমন্ত্ৰীয়ে নিজেই কয় যে তেওঁ একো ভুল কৰা নাই। তেওঁ নাচিছিল আৰু গান গাইছিল যিটো একেবাৰে অবৈধ নহয় আৰু ভৱিষ্যতে তেওঁৰ আচৰণ সংশোধন কৰিব লাগিব বুলিও তেওঁ নাভাৱে।

চান্না মাৰিন।

চান্না মাৰিণৰ বৰ্তমান বয়স ৩৬ বছৰ। তেওঁ বিশ্বৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী। তেওঁক প্ৰায়ে সংগীত উৎসৱত দেখা যায়। যোৱা বছৰ তেওঁ ক্লাবত এজন কোভিড ৰোগীৰ সংস্পৰ্শলৈ অহাৰ পিছত ক্ষমা বিচাৰিছিল।

লগতে পঢ়ক: স্বাস্থ্য কেন্দ্ৰত আজৱ ঘটনা; আহত মহিলাৰ ক্ষতস্থানত কণ্ড’মৰ পেকেটেৰে বেণ্ডেজ

আনহাতে, যোৱা সপ্তাহত জাৰ্মানীৰ এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত তেওঁক বিশ্বৰ আটাইতকৈ শীতল মস্তিস্কৰ (কুলেষ্ট) প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰা হৈছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd