• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গুৰুতৰ অভিযোগ : বিহাৰৰ আদালতত চীনা ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে এজাহাৰ দাখিল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 18, 2020 2:19 pm

1 min read

Chinese President Xi Jinping in Wuhan

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং। ফটো উৎস : ইণ্টাৰনেট

44.5k
VIEWS
Share on FacebookShare on Twitter

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং আৰু ভাৰতত থকা চীনা ৰাষ্ট্ৰদূত ছুন য়ুইদঙৰ বিৰুদ্ধে সোমবাৰে বিহাৰৰ মুজাফৰপুৰ আদালতত অধিবক্তা সুধীৰ কুমাৰ ওঝাই এটা অভিযোগ দাখিল কৰে।

ওঝাই দুয়োৰে বিৰুদ্ধে ‘ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ষড়যন্ত্ৰ ৰচা’ বুলি অভিযোগ উত্থাপন কৰিছে।

অধিবক্তাজনে উত্থাপন কৰা এই গুৰুতৰ অভিযোগৰ শুনানিৰ দিন অহা ১১ এপ্ৰিল ধাৰ্য কৰা হৈছে। শুনানি হ’ব চি জে এম আদালতত।

উল্লেখ্য যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো এই ভাইৰাছবিধে ভয়াবহ ৰূপ ধাৰণ কৰাৰ পিছতেই অধিবক্তাজনে এই সিদ্ধান্ত গ্ৰহণ কৰে।

অভিযোগ দাখিল সন্দৰ্ভত ওঝাই কয়, ‘১৯৮১ চনত লিখা এখন কিতাপত স্পষ্ট ৰূপত কোৱা হৈছে যে চীনৰ য়ুহানত গোপনে এটা ভাইৰাছ প্ৰস্তুত কৰি আছে আৰু যিটো আজি ক’ৰ’না ভাইৰাছৰূপে প্ৰকট হৈছে’।

তেওঁ লগতে কয়, ‘চীনে জানি বুজি এই ভাইৰাছবিধৰ সংক্ৰমণৰ চক্ৰান্ত ৰচাত বহু মানুহ ইয়াৰ কৱলত পৰাৰ লগতে মৃত্যুমুখতো পৰিছে। সেয়ে মই ধাৰা ১২০ (বি) আৰু ২৭০ ৰ অধীনত দুয়োৰে বিৰুদ্ধে এই গোচৰ দাখিল কৰিছো। আদালতে এই বিষয়টো গুৰুত্বসহকাৰে লৈছে আৰু ইয়াৰ শুনানিৰ বাবে ১১ এপ্ৰিলৰ দিনটো ধাৰ্য কৰা হৈছে’।

উল্লেখ্য যে সৰ্বপ্ৰথম যোৱা বছৰ ডিচেম্বৰ মাহত চীনৰ য়ুহান নগৰৰ পৰা সংক্ৰমিত হোৱা ক’ৰ’না ভাইৰাছে সম্প্ৰতি ১০০ৰো অধিক দেশলৈ বিয়পিছে। এই ভাইৰাছবিধৰ ফলত প্ৰায় ডেৰ লাখ লোক আক্ৰান্ত হৈছে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd