• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জুইৰ লেলিহান শিখাই আৱৰি ধৰিলে কোভিড চিকিৎসালয়, ৮ ৰোগীৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 20, 2020 8:22 am

1 min read

a Fire-Hospital-Turkey
200
VIEWS
Share on FacebookShare on Twitter

পুনৰ কোভিড ৰোগী ৰখা চিকিৎসালয়ত সংঘটিত হ’ল ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

যোৱা নিশা তুৰস্কৰ দক্ষিণ-পূৱ অংশত অৱস্থিত গাজিয়ানটেপ অঞ্চলৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত এতিয়ালৈকে ৮ জন ৰোগীৰ মৃত্যু ঘটাৰ খবৰ পোৱা গৈছে।

নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা আছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। এই শোকাবহ ঘটনাটো সংঘটিত হৈছে তুৰস্কৰ ছানকো বিশ্ববিদ্যালয় চিকিৎসালয়ৰ আইচিইউত।।

হাস্পাতালৰ ইনটেনছিভ কেয়াৰ ইউনিটত যোৱা নিশা সংঘটিত হয় অক্সিজেন চিলিণ্ডাৰৰ বিস্ফোৰণ। ফলত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

এগৰাকী চৰকাৰী বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে নিশা সংঘটিত এই জুই হাস্পতাল খনৰ আন ইউনিটলৈও বিয়পি পৰে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ চেষ্টা চলায়।

কেইবা ঘণ্টা ধৰি চলোৱা চেষ্টাৰ অন্তত জুই নিৰ্বাপিত হয় যদিও ইতিমধ্যে ৮ গৰাকী ৰোগীৰ মৃত্যু ঘটাৰ কথা নিশ্চিত কৰা হয়।

ইপিনে যোৱা নিশাৰ অগ্নিকাণ্ডৰ ঘটনাৰ পিছতে ক্ষোভত ফাটি পৰিছে ৰোগীৰ অভিভাৱক সকল।চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এনেদৰে বহু ৰোগীয়ে প্ৰাণ হেৰুৱাবলগীয়া হ’ল বুলি বহুতে অভিযোগ কৰিছে।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd