• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাজানত অগ্নিকাণ্ডত জাহ গ’ল অবৈধ সুৰাৰ গুদাম, তৈলবাহী টেংকাৰ

নংগি তেৰাং by নংগি তেৰাং
December 2, 2018 8:02 pm
burnt beer
400
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলঙৰ বোকাজান আৰক্ষী থানাৰ অধীনস্থ হাংজাংলাংছত থকা অবৈধ সুৰা জব্ধ কৰি থোৱা এটা গুডামত জুই লগাৰ বাতৰি পোৱা হৈছে। ঘটনাৰ বিৱৰণি অনুসৰি, শনিবাৰে নিশা এই অগ্নিকাণ্ডটো সংঘটিত হয়। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে কোনো দুষ্কৃতিকাৰীয়ে বীয়াৰ আৰু দেশীয়ভাৱে প্ৰস্তুত বিদেশী সুৰাৰ (IMFL) বটল চুৰি কৰিবলৈ আহি এই অগ্নিকাণ্ড সংঘটিত কৰিছে।

২ ডিচেম্বৰ দেওবাৰৰ দুপৰীয়া জুয়ে কাৰ্বি আংলঙৰ খটখটী আৰক্ষী থানাৰ অন্তৰ্গত দুটা বাসগৃহ ভস্মীভূত কৰে। তেলৰ টেংকাৰ পাৰ্ক কৰি থোৱা স্থানৰ পৰা এই জুইৰ সূত্ৰ পাত হৈছিল। সন্দেহ কৰা হৈছে যে কোনো তেল চুৰি কৰি থাকোঁতে এই চুৰি কাৰ্যত ব্যৱহৃত মটৰ এটাৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে।

বোকাজান আৰু ডিমাপুৰৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহি জুই নুমুৱায় আৰু জুই বিয়পি যোৱাতো ৰোধ কৰে। উল্লেখ্য যে বিগত ১১ নৱেম্বৰতো খটখটীত তেলৰ টংকাৰৰ পৰা তেল উলিওৱাৰ সময়ত এনে অগ্নিকাণ্ড ঘটিছিল। উক্ত ঘটনাত দুখন টেংকাৰ ভস্মীভূত হৈছিল। নাগালেণঅড সীমান্তত অৱস্থিত এই স্থানত আন্তঃৰাজিক তেল চুৰি চক্ৰ জড়িত থকাৰ সন্দেহ কৰা হয়।

স্থানীয় বাসিন্দাসকলে অভিযোগ কৰিছে যে আৰক্ষী আৰু প্ৰশাসনৰ লোকে এই ঠাইৰ মাফিয়াসকলৰ সৈতে যুক্ত হৈ পতিতাবৃত্তি, নাগালেণ্ডলৈ দেশীয়ভাৱে প্ৰস্তুত বিদেশী সুৰাৰ বিতৰণ আৰু চোৰাং কাৰবাৰ চলাই আছে। এই ঠাইখন ডাগছৰ কাৰবাৰ, সমগ্ৰ ভাৰতৰ পৰা অনা চোৰাং গাড়ীৰ সৰাবৰাহৰ ট্ৰেনজিট পইণ্ট হৈ পৰিছে।

Recent News

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথৰ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd