• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাট পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডৰ জুই-ধোঁৱাই সৃষ্টি কৰিছে ব্যাপক বায়ু প্ৰদূষণ

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
March 6, 2020 8:03 am
IMG-20200305

ফটো : নৰ্থ-ইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি স্বচ্ছতাৰ বাবে ব্যাপক প্ৰচাৰ আৰু বিভিন্ন আঁচনি হাতত লোৱাৰ  সময়তে গোলাঘাট নগৰত এক বিপৰীত ছবি প্ৰতিফলিত হৈছে।

গোলাঘাট পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডৰ জুই আৰু প্ৰদূষিত ধোঁৱাই বৰ্তমান ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ জনসাধাৰণৰ জীৱনলৈ সংশয় কঢ়িয়াই আনিছে।

Apply Now

বিশেষকৈ বুধাবাৰে নিশা এৰেংগাপাৰাৰ ডাম্পিং গ্ৰাউণ্ডত  জুইৰ প্ৰকোপ বৃদ্ধি পোৱাত সমগ্ৰ গোলাঘাট চহৰ আৰু পাৰ্শ্ব্ৱ্তী এলেকাত সৃষ্টি হোৱা বায়ু প্ৰদূষণ আজিও অব্যাহত আছে।

স্থানীয় ৰাইজে জনোৱা মতে ধনশিৰি নদীৰ পাৰত বছৰ বছৰ ধৰি পলিথিনকে ধৰি চহৰৰ পেলনীয়া আৱৰ্জনাসমূহ জ্বলাই আহিছে। প্ৰতিদিনে জ্বলোৱা জাৱৰৰ বিষাক্ত ধোঁৱাই সমগ্ৰ এলেকাটোৰ বায়ুমণ্ডল আৱৰি ধৰে। ফলত কেঞ্চাৰ, টিবি, চৰ্মৰোগ আদিত আক্ৰান্ত হ’বলৈ ধৰিছে অঞ্চলবাসী।

আনহাতে চহৰত থকা চিকিৎসালয়, নাৰ্চিংহোম, লেৱৰেটৰী আদিৰ পেলনীয়া দ্ৰব্যসমূহ মেচিনৰ সহায়ত নিস্কাষন কৰিব লাগে যদিও পৌৰসভাৰ গাড়ীৰে সেইবোৰ নি জ্বলাই দিয়ে বুলিহে প্ৰত্যক্ষদৰ্শী ৰাইজে অভিযোগ কৰিছে।

তেনেদৰে জ্বলাই দিয়া জাবৰৰ ধোঁৱাৰ প্ৰকোপ বুধবাৰে নিশা বিপদজনকভাৱে বৃদ্ধি পোৱাত অগ্নিনিৰ্বাপক বাহিনীয়ে গৈ জুই নুমুৱালে যদিও বিষাক্ত ধোৱাৰ প্ৰকোপ আঁতৰাব নোৱাৰিলে।

ইয়াৰ পৰিপ্ৰেক্ষিতত আজি পুৱা জিলা প্ৰশাসনৰ লোক আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ লোক গৈ উক্ত স্থান পৰিদৰ্শন কৰে।

আন এক লক্ষণীয় কথা হ’ল যে উক্ত জাৱৰ নিস্কাষন স্থলীৰ কাষেৰেই ধনশিৰি নৈ বৈ গৈছে আৰু উক্ত নদীৰ পানীকে গোলাঘাট পৌৰসভাই উত্তোলন কৰি চহৰৰ হোটেল আৰু প্ৰতিটো ৱাৰ্ডতে যোগান ধৰি আহিছে।

এনেবোৰ কাৰণতে ২০১৭ চনৰ পৰা স্থানীয় ৰাইজে প্ৰশাসনৰ ওচৰত দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো পদক্ষেপ নোলোৱাত ব্যাপক সমস্যাই ৰূপ ল’বলৈ ধৰিছে।

ঋতুপল্লব শইকীয়া

ঋতুপল্লব শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

August 2, 2026 10:05 pm
প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

August 2, 2026 8:45 pm
এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

August 2, 2026 7:55 pm
নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

August 2, 2026 6:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

August 2, 2026 10:05 pm
প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

August 2, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd