• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত বি টি আৰ চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি সম্পন্ন

বি টি আৰ চুক্তিৰে বডোলেণ্ডলৈ শান্তি আৰু সুৰক্ষা আহিছে : প্ৰমোদ বড়ো

ৰিনয় বসুমতাৰী,কোকৰাঝাৰ by ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
December 18, 2021 3:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বড়োসকলৰ ঐতিহাসিক চুক্তি বি টি আৰ শান্তি চুক্তি ২০২০ চনৰ ১৫ ডিচেম্বৰে চৰকাৰ গঠনৰ শপত গ্ৰহণ কৰিছিল বি টি আৰ প্ৰধান প্ৰমোদ বড়ো মিত্ৰজোঁটৰ চৰকাৰে।

বি টি আৰ চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি কোকৰাঝাৰত উদযাপন কৰা হয়।

Apply Now

বডোলেণ্ড চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা এই বিশেষ দিনটোৰ কাৰ্যসূচী অনুসৰি পুৱাই দোতমা থুলুংগাপুৰীৰ বডোফা ইউ এন ব্ৰহ্মৰ সমাধিস্থলী আৰু দেৱৰগাঁওস্থিত বডোলেণ্ড শ্বহীদ সমাধিক্ষেত্ৰত ১৬১৭ জন শ্বহীদক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়ো সহ কাৰ্যবাহী সদস্য আৰু বিধায়ক সকলে ।

আজিৰ বিশেষ দিনটোৰ মুখ্য অতিথি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীৰ কাৰ্যকালত স্থাপিত হোৱা চান্দামাৰীস্থিত নৱ নিৰ্মিত আই টি পাৰ্ক শুভ উদ্বোধন কৰে।

একেদৰে বডোলেণ্ড সচিবালয় চৌহদত থকা বডোফা নগৰত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় ৰেল আৰু বস্ত্ৰ শিল্প মন্ত্ৰনালয়ৰ ৰাজ্যিক মন্ত্ৰী দৰ্শনা বিক্ৰম জাৰদোছে Bodoland Textile Mission আৰু Bodoland Milk Missionৰ শুভ উদ্বোধন কৰে।

মুকলি সভাত মুখ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই প্ৰমোদ বড়োৰ চৰকাৰলৈ প্ৰথম বৰ্ষপূৰ্তিৰ অভিনন্দন জ্ঞাপন কৰে। মুখ্য মন্ত্ৰীয়ে ভাষণত কয় যে বি টি আৰ চুক্তিৰ পিছত বি টি আৰলৈ শান্তি ঘুৰি আহিল, যি চুক্তিৰ জড়িয়তে বড়োৰ সশস্ত্ৰ সংগ্ৰামী সকলে মূল সুঁতিলৈ ঘূৰি আহিবলৈ সক্ষম হৈছে।

অহা তিনি বছৰত কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ উন্নত কৰা হব আৰু বডোলেণ্ড বিশ্ববিদ্যালয়ৰ এটা শাখা হিচাপে ওদালগুৰিত দুটা বছৰৰ ভিতৰতে স্থাপন কৰা হব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

২০২৩ চনৰ ভিতৰত কোকৰাঝাৰ মেডিকেল কলেজ আৰম্ভ হব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি বি টি আৰ চৰকাৰে দিব পাৰিব। বি টি আৰৰ সৰ্বোচ্চ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো ধৰণৰ সহায় কৰা হব বুলিও আশ্বাস দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।

আনহাতে বি টি আৰত বস্ত্ৰ শিল্প উৎপাদনৰ ” Hub” কৰাৰ প্ৰতিশ্ৰুতি দিয়ে কেন্দ্ৰীয় ৰে’ল আৰু বস্ত্ৰ শিল্প মন্ত্ৰনালয়ৰ ৰাজ্যিক মন্ত্ৰী দৰ্শনা বিক্ৰম জাৰদোছেই। বি টি আৰ প্ৰধান প্ৰমোদ বড়োয়ে কয় যে বি টি আৰ চুক্তিৰ পিছত বডোলেণ্ডত শান্তি আৰু সুৰক্ষা নিশ্চিত হৈছে।

বি টি আৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰা পিছত ইতিমধ্যে কোনো ধনৰ লেন-দেন নোহোৱাকৈ বিভিন্ন বিভাগত দু হেজাৰ নিযুক্তি দিয়া হৈছে বুলি মন্তব্য কৰে বড়োৱে।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যিমান উন্নয়নৰ বাবে ধন দিছে সকলো ৰাইজৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি সদৰী কৰে বি টি আৰ প্ৰধানে।

আজিৰ এই বিশেষ দিনটোৰ মুকলি সভাত অতিথি হিচাপে অংশগ্ৰহণ কৰে কাৰ্বি আংলঙ অটোনমাছ কাউঞ্চিলৰ প্ৰধান তুলিৰাম ৰংহাং, অসমৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, উৰ্খাও গৌৰা ব্ৰহ্ম, বি টি আৰৰ উপ মুখ্য গোবিন্দ চন্দ্ৰ বসুমতাৰী সহ কাৰ্যবাহী সদস্য, বিধায়ক সকলে।

ৰিনয় বসুমতাৰী,কোকৰাঝাৰ

ৰিনয় বসুমতাৰী,কোকৰাঝাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd