• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদৰ সভানেত্ৰীৰূপে নিৰ্বাচিত হৈ ইংলেণ্ডত ইতিহাস ৰচিলে এগৰাকী ভাৰতীয় ছাত্ৰীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 16, 2021 8:30 pm

2 min read

index.jpgaaa
340
VIEWS
Share on FacebookShare on Twitter

ইংলেণ্ডত ইতিহাস ৰচিছে এগৰাকী ভাৰতীয় ছাত্ৰীয়ে।

সমগ্ৰ বিশ্বৰে বিখ্যাত উচ্চ শিক্ষানুষ্ঠান ইংলেণ্ডৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়নৰত ভাৰতীয় এগৰাকী ছাত্ৰীয়ে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সংসদৰ সভানেত্ৰী ৰূপে নিৰ্বাচিত হৈছে।

বিশ্বৰ এই বিখ্যাত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ সংসদৰ সভানেত্ৰী ৰূপে নিৰ্বাচিত হোৱা ছাত্ৰীগৰাকী হৈছে ৰশ্মি চাৱন্ত।

ৰশ্মি চাৱন্ত হৈছে দক্ষিণ ভাৰতৰ কৰ্ণাটকৰ মণিপাল ইনষ্টিটিউট অৱ টেকন’লজিৰ প্ৰাক্তন ছাত্ৰী। প্ৰযুক্তি বিদ্যাৰ এই উচ্চ শিক্ষানুষ্ঠানখনৰ পৰাই ৰাশ্মি চাৱন্তে অক্সফোৰ্ড বিশ্ববিদ্যালয়লৈ যাত্ৰা আৰম্ভ কৰিছিল।

অক্সফোৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়নৰত মেধাৱী ভাৰতীয় ছাত্ৰীগৰাকীয়ে নিজকে কেৱল অধ্যয়নতে সীমাৱদ্ধ নাৰাখি ছাত্ৰ ৰাজনীতিতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে।

ছাত্ৰ ৰাজনীতিত অতি সক্ৰিয়া হোৱাৰ বলতেই ভাৰতীয় ছাত্ৰীগৰাকীয়ে অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদৰ সভানেত্ৰীৰূপে নিৰ্বাচিত হৈ দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ সমান্তৰালভাৱে ইতিহাস ৰচনা কৰিলে।

অক্সফোৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা অনুসৰি ৰশ্মি চাৱন্তে নিৰ্বাচনত তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীক ১৯৯৬ টা ভোটত পিছ পেলাই বিজয়ী লাভ কৰিছে।

ছাত্ৰ সংসদৰ নিৰ্বাচনত ভাৰতীয় ছাত্ৰীগৰাকীয়ে সমকামী, ৰূপান্তৰকামী, সমানাধিকাৰ প্ৰতিষ্ঠা অৰ্থাৎ লিংগ বৈষম্য দূৰীকৰণ, শিক্ষাক্ষেত্ৰত সাম্ৰাজ্যবাদী মনোভাৱ ত্যাগ আদি দাবীক ইছ্যু হিচাপে দাঙি ধৰিছিল।

ৰশ্মিৰ চাৱন্তে উত্থাপন কৰা এই মৌলিক ইছ্যুবোৰৰ বাবেই অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদৰ নিৰ্বাচনত সাফল্য লাভ কৰিলে বুলি চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদলৈ কোনো ভাৰতী শিক্ষাৰ্থীয়ে নিৰ্বাচিত হোৱা নাছিল। ৰশ্মি চাৱন্তৰ এই বিজয়ে সেয়ে ইতিহাস ৰচনা কৰা বুলি আখ্যা দিছে ভাৰতীয় সংবাদ মাধ্যমে।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd