• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বৰষুণৰ বাবে বাতিল ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথম এদিনীয়া; ষ্টেডিয়ামত দৰ্শক অবিহনে অনুষ্ঠিত হ’ব দ্বিতীয় আৰু তৃতীয় এদিনীয়া

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 12, 2020 7:08 pm

1 min read

Dharam Shala

ধৰমশালা ষ্টেডিয়ামত বৰষুণ পানী

9.7k
VIEWS
Share on FacebookShare on Twitter

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এদিনীয়া শৃংখলাৰ ধৰমশলাত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন এদিনীয়া এটাও বল নপৰাকৈ আজি বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয়।

আজি দুপৰীয়াৰ পৰা অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ এদিনীয়া খেলখনত বৰষুণে বিধি-পথালি দিব বুলি পূৰ্বৰে পৰা অনুমান কৰা হৈছিল।

আজি খেল আৰম্ভ হোৱাৰ পূৰ্বে পুনৰ বৰষুণ আৰম্ভ হয় আৰু কিছু সময় পাছত বৰষুণ এৰে যদিও সেমেকা খেলপথাৰৰ বাবে মেচ ৰেফাৰীয়ে খেল বাতিল কৰিবলগীয়া হয়।

গ্ৰাউণ্ডছমেন সকলে খেলখন অনুষ্ঠিত কৰাৰ বাবে খেলপথাৰত জমা হোৱা পানী আঁতৰাই খেলৰ বাবে উপযোগী কৰি তোলাৰ চেষ্টা কৰিলেও সেই চেষ্টা ব্যৰ্থ হয়।

উল্লেখযোগ্য যে, ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাই ভাৰতৰ মাটিত তিনিখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিব।

শৃংখলাৰ দ্বিতীয় আৰু তৃতীয় খেল দুখন ক্ৰমে লক্ষ্ণৌ আৰু কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব যদিও কৰ’না ভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিতত ষ্টেডিয়ামত দৰ্শকৰ অবিহনে খেল অনুষ্ঠিত কৰা হ’ব।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰ্যালয়ৰ নিৰ্দেশ অনুসৰি এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd