• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

দক্ষিণ ত্ৰিপুৰাৰ কিল্লাত ৰাজ্যিক পৰ্যায়ৰ প্ৰথম কমলা মহোৎসৱৰ আয়োজন

by
November 17, 2018 8:27 am
vlcsnap-2018-11-17-02h20m08s161
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ ত্ৰিপুৰাৰ কিল্লাত ৰাজ্যিক পৰ্যায়ৰ প্ৰথম কমলা মহোৎসৱৰ আয়োজন কৰা হৈছে। ত্ৰিপুৰাৰ কমলা খেতিক উদগণি দিয়াৰ উদ্দেশ্যে দক্ষিণ ত্ৰিপুৰাৰ কাৰবুক মহকুমাত এই কমলা মহোৎসৱৰ আয়োজন কৰা হৈছে।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰীৰ বিপ্লব কুমাৰ দেব, কৃষি আৰু পৰ্যটন মন্ত্ৰী প্ৰাণজিত সিনসা ৰয় আৰু কেইগৰাকীমান বিধায়ক, উদ্যান শস্য বিভাগৰ কেইগৰাকীমান উচ্চ পৰ্যায়ৰ বিষয়া আৰু আন আন বিশিষ্ট ব্যক্তিয়ে এই কমলা মহোৎসৱত অংশগ্ৰহণ কৰে।

Apply Now

মহোৎসৱৰ স্থানত অংশগ্ৰহণ কৰাৰ আগতে মুখ্য মন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে নতুনকৈ পতা কমলা উদ্যানখন পৰিদৰ্শন কৰে, গছৰ পৰা কমলা চিঙে আৰু তাৰ সোৱাদ লয়। তেওঁলোকে কয় যে এনেদৰে গছৰ পৰা কমলা চিঙি খোৱাটো তেওঁলোকৰ বাবে এটা নতুন অভিজ্ঞতা।

মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে ত্ৰিপুৰাৰ কমলা যথেষ্ট ৰসাল আৰু সুমিষ্ট। তেওঁ আৰু উল্লেখ কৰে যে ১৯৮০ চনতেই ভাৰত চৰকাৰে ত্ৰিপুৰাৰ কমলাক ভৰতৰ ভিতৰতে অন্যতম উৎকৃষ্ট বুলি ঘোষণা কৰিছিল কিন্তু ইয়াক উদগনি দিয়া হোৱা নাছিল। মুখ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰী ই-বজাৰৰ (Government e-Marketplace) সুবিধা গ্ৰহণ কৰি খেতিয়কসকল উপকৃত হ’ব পাৰিব।  তেওঁ কৃষকসকলক প্ৰতি হেক্টৰ কমলা খেতিৰ বাবত ১৫০০০ টকা অনুদান দিয়াৰ কথাও ঘোষণা কৰে।

তাৰ পাছত মুখ্য মন্ত্ৰীগৰাকীয়ে কমলা মহোৎসৱ উদ্বোধন কৰে আৰু তাত থকা বিপণিসমূহ পৰিদৰ্শন কৰে। মুখ্য মন্ত্ৰীগৰাকীয়ে উদ্যানশস্য বিভাগৰ দ্বাৰা আয়োজিত প্ৰদৰ্শনী ও প্ৰতিযোগিতা বিপণিখনো পৰিদৰ্শণ কৰে।  মন্ত্ৰীগৰাকী আৰু আন আন বিশিষ্ট ব্যক্তিসকলে বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে। উলল্লেখ্য যে অংশগ্ৰহণকাৰীসকলৰ আধিকাংশই আছিল মহিলা।

দৰ্শনাৰ্থী আৰু কৃষকসকলে এই কমলা মহোৎসৱ সন্দৰ্ভত নিজৰ সন্তুষ্টি ব্যক্ত কৰে। এই মহোৎসৱত কৃষক আৰু ক্ৰেতাসকলৰ মাজত প্ৰত্যক্ষ মত বিনিময় হয়। তাৰোপৰি এই মহোৎসৱেই ৰাজ্যখনৰ জনজাতি আৰু অ-জনজাতীয় লোকসকলক পৰস্পৰৰ কাষ চপাত অনাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

উল্লেখ্য যে ত্ৰিপুৰাৰ জামপুইৰ কমলা দেশৰ সৰ্বোৎকৃষ্ট কমলাৰ ভিতৰত অন্যতম যদিও সঠিক নিৰীক্ষণ আৰু কমলা বাগানৰ সঠিক যত্নৰ অভাৱত ইয়াৰ উৎপাদন কমি হৈছে।

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd