• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথঘাটত বিশাল ৰাজহুৱা সভা : বন বিভাগৰ বিৰুদ্ধে গণ হুংকাৰ ৰাইজৰ

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
December 11, 2020 3:46 pm
a jpg
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথ আঞ্চলিক ব্ৰহ্মপুত্ৰ মৎস্যজীৱি সমিতিৰ উদ্যোগত বিশ্বনাথ ঘাটৰ নাট্য মন্দিৰ প্ৰাংগণত আজি অনুষ্ঠিত হয় এখনি গুৰুত্বপূৰ্ণ বিশাল ৰাজহুৱা সভা ।

বিগত সময়ছোৱাত বন বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পাৰত জীৱন নিৰ্বাহ কৰি অহা মৎস্যজীৱি লোকসকলক ব্ৰহ্মপুত্ৰ নদীত পূৰ্বৰে পৰা মৎস্যৰ ওপৰত নিৰ্ভৰ কৰি অহা লোকসকলক হঠাৎ মাছ ধৰাত বাধা আৰোপ কৰাৰ বিৰুদ্ধেগৰজি উঠিছে ব্ৰহ্মপুত্ৰৰ নৈপৰীয়া লোকসকল ।

Apply Now

তাৰে পৰিপ্ৰেক্ষিতত আজি বিশ্বনাথ ঘাটৰ নাট্য মন্দিৰ প্ৰাংগনত এখনি গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয় ।

য’ত উপস্থিত থাকে সদৌ অসম অনুসুচিত জাতি যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নৃপেন দাস, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিজয় দাস ,বিশ্বনাথ জিলাৰ সভাপতি সিংহজিৎ হাজৰিকা,  সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰূপম দাস, সহ বহু কেইজন বিশিষ্ট ব্যক্তি ।

স্থানীয় যুৱক তথা বিশ্বনাথ ঘাট কৈৱৰ্ত অনুসুচিত জাতি আঞ্চলিক সমিতিৰ সম্পাদক বিশ্বজিৎ দাসে আঁত ধৰা অনুষ্ঠানটিত সভাপতিত্ব  কৰে বিশ্বনাথ ঘাট কৈৱৰ্ত অনুসুচিত জাতি আঞ্চলিক সমিতিৰ সভাপতি গদাপাণি দাসে ।

সভাত মাছমৰীয়া সকলে দীৰ্ঘদিনীৰ পৰা সন্মুখীন হ’ব লগা বিভিন্ন সমস্যা সন্দৰ্ভত আইনীভাৱে কেনেকৈ সঠিক ফলাফল পাব পাৰি সেই বিষয়ে বিষদভাৱে আলোচনা কৰে।

লগতে আগন্তুক দিনত  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পাৰৰ বৃহৎ অঞ্চলৰ ৰাইজে ব্ৰহ্মপুত্ৰৰ বুকুত মাছ ধৰাৰ ক্ষেত্ৰত যি বাধা আৰোপ কৰি আহিছে সেই আইন প্ৰত্যাহাৰ কৰাৰ বাবে অনাগত দিনত কেনেধৰণৰ পৰিকল্পনাৰ মাজেৰে আগুৱাই যাব পাৰি সেই সন্দৰ্ভতো কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

প্ৰস্তাৱ সমূহ হ’ল অসমৰ সকলো অনুসুচিত জাতিৰ মন্ত্ৰী বিধায়কৰ সহ উত্তৰ পাৰৰ মন্ত্ৰী- বিধায়ক সকলৰ সৈতে লগ লাগি এলানি আলোচনা কৰি সদনত উক্ত বিষয়টি উত্থাপন কৰি আইন খন বাতিল কৰিব লাগিব ।

 সমস্যা সমাধান নোহোৱা পৰ্যন্ত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সকলো একত্ৰিত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ আগবাঢ়ি আহিব লাগিব ।

তাৎক্ষণিক ভাৱে বিশ্বনাথ জিলা উপায়ুক্তৰ হস্তক্ষেপত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ উপস্থিতিত বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব লাগিব ।

মাছমৰীয়া সকলৰ পুন: সংস্থাপন নকৰা পৰ্যন্ত ষষ্ঠ সংযোজনৰ সীমা বৃদ্ধি সিন্ধান্ত কেতিয়াও মানি লোৱা নহ’ব বুলি আলোচনাত প্ৰস্তাৱ গ্ৰহণ কৰে ।

উল্লেখ্য যে এই আলোচনা চক্ৰত বিশ্বনাথৰ পৰা গহপুৰলৈকে অন্তৰ্গত মৎস্য জীৱি সমিতিৰ বহু সংখ্যক সদস্য উপস্থিত থাকি অনুষ্ঠানটি সাফল্য মণ্ডিত কৰে ।

কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd