• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰ্যালয় চৌহদত জুৱা : ধুবুৰীৰ পাঁচগৰাকী কৃষি বিষয়া-কৰ্মচাৰীক নিলম্বন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 15, 2018 9:56 am
suspended-medication-errors

প্ৰতিনিধিত্বমূলক চিত্ৰ

183
VIEWS
Share on FacebookShare on Twitter

কৃষি মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত কৃষি বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ে এক তদন্তৰ প্ৰতিবেদন লাভ কৰাৰ পাছতেই শুকুৰবাৰে ধুবুৰীৰ জিলা কৃষি বিভাগৰ পাঁচগৰাকী বিষয়া-কৰ্মচাৰীক নিলম্বন কৰে। আনহাতে জিলা কৃষি বিষয়াক এই সংক্ৰান্তত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে।

উল্লেখ্য যোৱা ১০ ছেপ্তেম্বৰত কংগ্ৰেছে আহ্বান জনোৱা ভাৰত বন্ধৰ দিনা কাৰ্যালয় চলি থকা সময়ত বিভাগটোৰ পাঁচগৰাকী বিষয়া-কৰ্মচাৰীয়ে কাম কৰাৰ বিপৰীতে কাৰ্যালয় চৌহদতে থকা চৰকাৰী আৱাসত জুৱাৰ আড্ডাত ব্যস্ত হৈ আছিল।

গোপনীয়ভাৱে এই খবৰ লাভ কৰাত জিলাখনৰ কিছু সাংবাদিক কাৰ্যালয়ৰ আৱাসগৃহত উপস্থিত হোৱাত কৰ্মচাৰী কেইজন পলাই পত্ৰং দিয়ে। সাংবাদিকে কাৰ্যালয়টোৰ বৰবাবু আব্দুল ৰহমান, এছ এ ডি অ’ সোমেশ্বৰ প্ৰসাদ ভাৰমা, এ ডি অ’ পংকজ দাস, কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰিদৰ্শক গোপী মোহন গয়াৰীৰ লগতে এ ই এ সুৰেন প্ৰসাদক জুৱা খেলি থকা অৱস্থাত ধৰা পেলায়।

জিলা কৃষি বিষয়া নিখিল চন্দ্ৰ বৰ্মনৰ উপস্থিতিত কেনেদৰে কাৰ্যালয় চৌহদতে জুৱাৰ আড্ডা সংঘটিত হ’বলৈ পালে তাকে লৈ সাংবাদিকে প্ৰশ্ন কৰাত কৃষি বিষয়াগৰাকীয়ে অজ্ঞাত প্ৰদৰ্শন কৰাৰ লগতে ঘটনাটো দুখজনক বুলি প্ৰকাশ কৰে।

ইফালে জুৱাৰ আড্ডা সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতে কৃষি বিভাগৰ সঞ্চালকে তাৎক্ষণিকভাৱে জিলা উপায়ুক্তক তদন্ত কৰাৰ নিৰ্দেশ দিয়ে। নিৰ্দেশ অনুযায়ী ধুবুৰী জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে দণ্ডাধীশ এছ চেত্ৰীক উক্ত ঘটনা সন্দৰ্ভত তদন্তৰ দায়িত্ব দিয়ে।

তদন্তৰ অন্তত দণ্ডাধীশ এছ চেত্ৰীয়ে জিলা উপায়ুক্তক তদন্তৰ প্ৰতিবেদন প্ৰদান কৰে। ইপিনে উপায়ুক্তই কৃষি বিভাগৰ সঞ্চালকৰ কাৰ্যালয়লৈ তদন্তৰ প্ৰতিবেদন প্ৰেৰণ কৰাত কালি সঞ্চালকৰ কাৰ্যালয়ৰ পৰা বিষয়া-কৰ্মচাৰী কেইজনৰ নিলম্বনৰ নিৰ্দেশ প্ৰেৰণ কৰে।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd