• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মনোনয়ন দাখিলৰ অন্তিম দিনটোত কলিয়াবৰ সমষ্টিত পাঁচ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
March 9, 2021 5:37 pm
a man
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনটোত কলিয়াবৰ সমষ্টিত পাঁচ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল কৰে।অন্তিম দিনা পুৱাতে প্ৰথমেই নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মনোনয়ন পত্ৰ দাখিল কৰে ভাস্কৰ শৰ্মাই।

পৰৱৰ্তী সময়ত মনোনয়ন দাখিল কৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰশান্ত শইকীয়াই।

Apply Now

তাৰ পাছতেই ক্ৰমে অসম জাতীয় পৰিষদৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰে মুকুল বৰুৱাই।

আনহাতে¸ ভাৰতীয় ট্ৰাইবেল সঙ্ঘৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰে ৰমেশ প্ৰধানে।

আজি এনেদৰে কলিয়াবৰ সমষ্টিত মুঠ পাঁচ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

কলিয়াবৰৰ সচেতন জাতীয়তাবাদী ৰাইজে অসম জাতীয় পৰিষদক ইতিমধ‍্যেই আকোৱালি লৈছে।

সেই বিশ্বাসতে জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰিব বুলি দৃঢ় বিশ্বাসৰে প্ৰকাশ কৰে মুকুল বৰুৱাই।

কলিয়াবৰৰ নৱ-প্ৰজন্মৰ সংস্থাপনৰ বিষয়টোক মূল লক্ষ‍্য হিচাবে লৈ এই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা প্ৰকাশ কৰে প্ৰাৰ্থীগৰাকীয়ে।

তদুপৰি, ভাৰতীয় ট্ৰাইবেল পাৰ্টীৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰমেশ প্ৰধানে প্ৰায় অকলশৰীয়াকৈয়ে মহকুমা কাৰ্য‍্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে।

চাহ জনগোষ্ঠীক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে আৰু কলিয়াবৰৰ বানত ক্ষতিগ্ৰস্ত হোৱা লোকৰ প্ৰাপ‍্য দাবী নিৰ্বাচনৰ  মুখ‍্য  বিষয় হ’ব বুলি প্ৰধানে মন্তব‍্য প্ৰকাশ কৰে।

আনহাতে, কলিয়াবৰৰ পৰা বিগত লোকসভা আৰু বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ভাস্কৰ শৰ্মায়ো সকলোৰে অগোচৰে পুৱাতেই মনোনয়ন পত্ৰ দাখিল কৰে বুলি জানিব পৰা গৈছে।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও তলত! শিশুৰ পুষ্টিহীনতাক লৈ বাঢ়িছে উদ্বেগ

বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও তলত! শিশুৰ পুষ্টিহীনতাক লৈ বাঢ়িছে উদ্বেগ

October 23, 2026 10:21 am
জ্ঞানেশ কুমাৰক অপসাৰণৰ প্ৰস্তাৱ আহিলে কি কৰিব? জনালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

জ্ঞানেশ কুমাৰক অপসাৰণৰ প্ৰস্তাৱ আহিলে কি কৰিব? জনালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

October 23, 2026 9:27 am
কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

October 23, 2026 8:20 am
ইনষ্টাগ্ৰামত ছোনিয়া গান্ধী! মুকলি কৰিলে আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম আভাস

ইনষ্টাগ্ৰামত ছোনিয়া গান্ধী! মুকলি কৰিলে আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম আভাস

October 23, 2026 7:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও তলত! শিশুৰ পুষ্টিহীনতাক লৈ বাঢ়িছে উদ্বেগ

বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও তলত! শিশুৰ পুষ্টিহীনতাক লৈ বাঢ়িছে উদ্বেগ

October 23, 2026 10:21 am
জ্ঞানেশ কুমাৰক অপসাৰণৰ প্ৰস্তাৱ আহিলে কি কৰিব? জনালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

জ্ঞানেশ কুমাৰক অপসাৰণৰ প্ৰস্তাৱ আহিলে কি কৰিব? জনালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

October 23, 2026 9:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd