• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মধ্যপ্ৰদেশৰ বিশ্ববিদ্যালয়ত অসমৰ ছাত্ৰক হাৰাশাস্তি কৰাৰ অভিযোগত পাঁচজনক বহিষ্কাৰ  কৰ্তৃপক্ষৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2026 8:21 am
63
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডেৰাডুনৰ পিছত এইবাৰ মধ্যপ্ৰদেশত। পুনৰ উত্তৰ-পূব ভাৰতৰ এগৰাকী ছাত্ৰক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে।

মধ্যপ্ৰদেশৰ অনুপপুৰ জিলাৰ অমৰকন্টকস্থিত ইন্দিৰা গান্ধী নেশ্যনেল ট্ৰাইবেল ইউনিভাৰ্ছিটিৰ হোষ্টেলত ছাত্ৰগৰাকীক বৰ্ণবাদী মন্তব্য কৰি প্ৰহাৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে।

Apply Now

এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আনহাতে, যি পাঁচজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে, তেওঁলোকক ইতিমধ্যে বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি কৰ্তৃপক্ষই জনাইছে।

উল্লেখ্য যে যোৱা মাহত ডেৰাডুনত ত্ৰিপুৰাৰ এগৰাকী ছাত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এঞ্জেল চাকমা নামৰ ছাত্ৰগৰাকীয়ে তাতেই এখন ব্যক্তিগত মহাবিদ্যালয়ত এম বি এ পঢ়ি আছিল। তাতেই থকা বজাৰ এখনত এঞ্জেল আৰু তেওঁৰ ভাতৃক বৰ্ণবিদ্বেষ প্ৰকাশ কৰি একাংশ শিক্ষাৰ্থীয়ে গালি-গালাজ কৰা বুলি অভিযোগ উত্থাপন হৈছে।

এঞ্জেল আৰু তেওঁৰ ভাতৃক ‘চাইনিজ মোমো’ বুলি ঠাট্টা কৰা হৈছিল। প্ৰতিবাদ কৰাৰ বাবে এঞ্জেল আৰু তেওঁৰ ভাতৃ মাইকেলক প্ৰহাৰ কৰা হয়। ছুৰীৰে আঘাত কৰা এঞ্জেলৰ মৃত্যু হয়।

দিল্লীত অধ্যয়ন কৰি থকা উত্তৰ ভাৰত আৰু উত্তৰ-পূব ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। এই ঘটনাৰ প্ৰতিক্ৰিয়া চলি থকাৰ মাজতেই মধ্যপ্ৰদেশৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত এগৰাকী অসমৰ ছাত্ৰক হাৰাশাস্তি কৰা বুলি অভিযোগ উঠিছে।

সংবাদ সংস্থাৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বিশ্ববিদ্যালয়খনৰ হোষ্টেলত অসমৰ তেজপুৰ অঞ্চলৰ নিবাসী হিৰকজ্যোতি দাসক হাৰাশাস্তি কৰা হয়। তেওঁ বিশ্ববিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ। যোৱা মঙলবাৰে তেওঁ টয়লেটৰ পৰা হোষ্টেলৰ নিজৰ কোঠালৈ গৈ আছিল। সেই সময়ত কেইজনমান শিক্ষাৰ্থীয়ে তেওঁৰ পৰিচয় জানিব বিচাৰিছিল। শিক্ষাৰ্থীসকলে জানিব বিচাৰিছিল যে তেওঁ ক’ৰ পৰা আহিছে। অভিযোগ অনুসৰি হীৰক অসমৰ পৰা অহা বুলি গম পাই তেওঁক তীব্ৰ প্ৰহাৰ কৰা হৈছিল।

অনুপপুৰ মহকুমা আৰক্ষী বিষয়া নবীন তিৱাৰীয়ে জানিবলৈ দিয়া মতে, ছাত্ৰজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰা হৈছে। তেওঁ লগতে কয় যে বিশ্ববিদ্যালয়ে অভিযুক্তসকলক বহিষ্কাৰ কৰা বুলি অৱগত কৰিছে। আৰক্ষী বিষয়াগৰাকীয়ে কয় যে বৰ্ণবৈষম্যমূলক কোনো মন্তব্য কৰা হৈছে নেকি সেই বিষয়েও তদন্ত চলি আছে।

অৱশ্যে মধ্যপ্ৰদেশ বিধানসভাৰ বিৰোধী দলপতি উমাং সিঙে বৰ্ণবিদ্বেষৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ লগতে সকলো অভিযুক্ত শাসকীয় বিজেপিৰ সৈতে জড়িত বুলিও দাবী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd