• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্জাৱত বিএছএফৰ গুলীত নিহত পাঁচজন সন্দেহজনক পাকিস্তানী অনুপ্ৰৱেশকাৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 22, 2020 1:40 pm

1 min read

412692454-militants_850x478

ফটো সৌজন্য: বিএছএফৰ টুইটাৰ

424
VIEWS
Share on FacebookShare on Twitter

পঞ্জাৱৰ পাকিস্তানী সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) গুলীত শনিবাৰে নিহত হৈছে পাঁচজন অবৈধ অনুপ্ৰৱেশকাৰীৰ।

অনুপ্ৰৱেশকাৰী কেইজন পঞ্জাৱৰ তৰণ তৰাণ জিলাত নিহত হৈছে।

তেওঁলোকে বিখিউণ্ড মহকুমাৰ ডাল গাঁৱেৰে পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল।

সীমান্তৰে প্ৰৱেশ কৰাৰ চেষ্টা চলোৱাৰ সময়তে বিএছএফৰ দৃষ্টি পৰাত এনকাউন্টাৰত পাঁচজন নিহত হয়।

প্ৰথমতে বিএছএফৰ লোকসকলে তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰু পাছত আন দুজনৰ মৃতদেহৰ সন্ধান লাভ কৰে।

বিএছএফৰ দলটোৱে ঘটনাস্থলীৰ পৰা ৰাইফল আৰু পিষ্টলো উদ্ধাৰ কৰিছে।

বিএছএফৰ তৰফৰ পৰা জানিবলৈ দিছে যে মাটিত মাইন পুতি ৰখাৰ আশংকাত তেওঁলোকে সাৱধানে তালাচী অবিযান চলাই আছে।

22 Aug 2020#BSF#Punjab

Alert troops of 103 Bn #BSF noticed suspicious movement of intruders violating IB. Upon being challenged to stop, intruders fired upon #BSF troops who retaliated in self defence. Resultantly, 05 intruders were shot. Intensive search ops is underway. pic.twitter.com/qwN5UoWC1A

— BSF PUNJAB (@BSF_Punjab) August 22, 2020

সূত্ৰ অনুসৰি, শনিবাৰে পুৱা প্ৰায় ৫বজাত ১০৩ বেটেলিয়নৰ জোৱানসকলে পাকিস্তানৰ সীমান্তৰ পিনে লোককেইজনৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰে।

ইয়াৰ পাছতে জোৱানসকলে দুজন লোকে সীমান্ত অতিক্ৰম কৰা দেখা পায়। বিএছএফৰ লোকসকলে তেওঁলোকক ৰ’বলৈ কয় যদিও তেওঁলোকে ভ্ৰূক্ষেপ নকৰি গৈ থাকে।

বিএছএফৰ জোৱানসকলে বাধ্য হৈ গুলী চলায়। ইয়াত মুঠ পাঁচজন অনুপ্ৰৱেশকাৰীৰ মৃত্যু হয়।

নিহত লোককেইজনক পাকিস্তানী নাগৰিক হয় নে নহয় তাৰ অনুসন্ধান কৰা হৈছে যদিও অভিযান সম্পূৰ্ণ হোৱালৈকে অপেক্ষা কৰা হৈছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd