• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2026 3:20 pm
61
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ মাণ্ডিয়া জিলাৰ মুথাতি অঞ্চলত এক অতি শোকাৱহ ঘটনা সংঘটিত হৈছে। কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰে পাঁচজন সদস্যৰ পানীত ডুব গৈ কৰুণ মৃত্যু হয়। প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা গৈছে যে পৰিয়ালটোৱে নদীৰ পাৰত ফটো উঠিবলৈ গৈছিল আৰু হঠাতে অহা প্ৰবল সোঁতত উটি যায়।

মৃত লোককেইজনক চৈত্ৰা (২০), প্ৰিয়ংকা (২৮), শ্বেতা (৩৮), বিজয়াম্মা (৫০) আৰু মহেশ বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক আটাইকেইজন কৰ্ণাটকৰ চান্নাপাটনাৰ বিয়াদাৰাহল্লি অঞ্চলৰ বাসিন্দা আছিল।

Apply Now

জানিব পৰা মতে, পৰিয়ালৰ সদস্যসকলে সেইদিনা বিখ্যাত মুথাথিৰায়া মন্দিৰত পূজা কৰিবলৈ গৈছিল। পূজা শেষ কৰাৰ পিছত তেওঁলোকে ফুৰিবলৈ কাবেৰী নদীৰ পাৰলৈ যায়। তাত পানীত নামি ফটো উঠি থকাৰ সময়তে হঠাতে পানীৰ সোঁত বাঢ়ি আহে আৰু প্ৰথমে কেইজনমান উটি যায়। তেওঁলোকক বচাবলৈ পানীত জাঁপ দিয়া আনকেইজনো পানীত ডুব যায় বুলি আৰক্ষীয়ে অনুমান কৰিছে।

খবৰ পোৱাৰ লগে লগে হালাগুৰু থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনী আৰু দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ লোকসকলেও ততাতৈয়াকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। কিছু সময়ৰ তল্লাশিৰ পিছতে পাঁচোটা মৃতদেহ উদ্ধাৰ কৰা হয়। পৰৱৰ্তী সময়ত মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে মাণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (মিমছ) হাস্পাতাললৈ প্ৰেৰণ কৰা হয়। মাণ্ডিয়াৰ আৰক্ষী অধীক্ষক ভি. জে. শোভা ৰাণীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰে। ঘটনাটো কেনেকৈ সংঘটিত হ’ল তাৰ তদন্ত চলি আছে আৰু এই সন্দৰ্ভত হালাগুৰু থানাত এটা গোচৰ ৰুজু কৰা হৈছে।

এই শোকাৱহ ঘটনাৰ পিছত নদী বা জলাশয়ৰ পাৰত সাৱধানতা অৱলম্বন নকৰাৰ ভয়ংকৰ বিপদ পুনৰবাৰ পোহৰলৈ আহিছে। বিশেষকৈ বাৰিষা কালত নদীৰ সোঁত হঠাতে বাঢ়ি যোৱাৰ সম্ভাৱনা থকাৰ বাবে প্ৰশাসনে পৰ্যটকসকলক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে। উল্লেখযোগ্য যে, কেইদিনমান আগতে বিহাৰৰ দানাপুৰত গংগা নদীত গা ধুবলৈ গৈ তিনিজন বন্ধুৰ মৃত্যু হৈছিল। আনহাতে, পশ্চিমবঙ্গৰ পঞ্চানন নদীত ভৰি ধুবলৈ গৈ এজন কিশোৰ আৰু তেওঁক বচাবলৈ গৈ তেওঁৰ বায়েকৰো পানীত ডুবি মৃত্যু হোৱাৰ খবৰ আহিছিল। সেয়েহে বাৰিষা সময়ত নদীত নমাৰ ক্ষেত্ৰত প্ৰশাসনে সকলো ৰাইজকে কঠোৰভাৱে সতৰ্ক কৰি দিছে।

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm
ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

August 29, 2026 4:56 pm
তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd