DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মণিপুৰত বিগত ২৪ ঘণ্টাত ক’ৰ’নাৰ সংক্ৰমণত ৫ গৰাকী লোকৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ১০৯ লৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2020 9:28 am
মণিপুৰত বিগত ২৪ ঘণ্টাত ক’ৰ’নাৰ সংক্ৰমণত ৫ গৰাকী লোকৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ১০৯ লৈ বৃদ্ধি
147
VIEWS
Share on FacebookShare on Twitter

মণিপুৰত শুকুৰবাৰে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত নতুনকৈ পাঁচগৰাকী লোকৰ মৃত্যু হয়। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’নাৰ সংক্ৰমণৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯ গৰাকীলৈ বৃদ্ধি পায়।

মৃত্যু হোৱা ব্যক্তি কেইগৰাকীৰ ভিতৰত তিনিগৰাকী পূৱ ইম্ফল আৰু এগৰাকীকৈ থৌবাল আৰু তামেংলং জিলাৰ।

আনহাতে, মণিপুৰত শুকুৰবাৰে ৩০৪ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

৩০৪ গৰাকী কোভিড প’জিটিভ লোকৰ ভিতৰত ১৮৪ গৰাকী পুৰুষ আৰু ১২০ গৰাকী মহিলা। ৩৩ গৰাকী নিৰাপত্তাৰক্ষী বাহিনীৰ জোৱানৰ শৰীৰতো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

মণিপুৰৰ ২৪ টা ক’ৰ’না পৰীক্ষণ কেন্দ্ৰত এইসকল লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

ক’ৰ’না প’জিটিভ হোৱা ব্যক্তিসকলৰ ভিতৰত পশ্চিম ইম্ফলৰ ৫৫ গৰাকী, পূৱ ইম্ফলৰ ১১৩ গৰাকী, ন’নেইৰ এগৰাকী, থৌবালৰ ৭ গৰাকী, বিষ্ণুপুৰৰ ৯ গৰাকী, চান্দেলৰ ২০ গৰাকী, চুৰাচান্দপুৰৰ ৯ গৰাকী, সেনাপতিৰ ১২ গৰাকী, কাংগপোকিৰ ৩ গৰাকী, কাকচিঙৰ ৩৩ গৰাকী, তেংনৌপালৰ ১৫ গৰাকী, তামেংলঙৰ ১৯ গৰাকী আৰু উখৰুলৰ ৮ গৰাকী।

তদুপৰি,মণিপুৰত বিগত ২৪ ঘণ্টাত ১৬৪ গৰাকী লোকক চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত ঘোষণা কৰা হয়।

Recent News

Hiren Gohain

বিশ্বায়ন আৰু বিশ্বব্যাপি দাৰিদ্ৰ্য

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন: ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন: ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

Dog Helps Monkey

শত্ৰুতাৰ অৱসান; স্বাক্ষৰিত হ’ল মিত্ৰতাৰ চুক্তি! নিজ পিঠিত তুলি নতুন মিত্ৰক বিশেষ অভিযানত সহায়: চাওক ভিডিঅ’

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd