• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নকল বেজী দিয়াৰ পিছতে ৫ গৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যু : সমগ্ৰ ৰাজ্যতে অক্সিটচিন নিষিদ্ধ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2026 1:40 pm
201
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ চৰকাৰী হাস্পতালত যোগান ধৰা অক্সিটচিন নামৰ এবিধ বেজী মানদণ্ড পৰীক্ষাত ব্যৰ্থ হৈছে। ইয়াৰ পিছতে ৰাজ্যখনৰ ঔষধ নিয়ন্ত্ৰণ বিভাগে সমগ্ৰ ৰাজ্যতে এই বেজীবিধৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে। সাধাৰণতে প্ৰসৱৰ সময়ত আৰু প্ৰসৱৰ পিছত হোৱা অত্যাধিক ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰিবলৈ মহিলাসকলক এই বেজী দিয়া হয়। কিন্তু লেবৰেটৰী পৰীক্ষাত পোহৰলৈ আহিছে যে এই বেজীসমূহ আচলতে নকল আছিল আৰু ইয়াত ৰক্ত খোপনি মৰাৰ বাবে প্ৰয়োজনীয় উপাদান নাছিল। এই একেটা বেচৰ বেজী কোটাৰ নিউ মেডিকেল কলেজ হাস্পতালতো ব্যৱহাৰ কৰা হৈছিল, য’ত অলপতে ৫ গৰাকী গৰ্ভৱতী আৰু প্ৰসৱ কৰা মহিলাৰ মৃত্যু হৈছে।

চৰকাৰী হাস্পতালখনত অস্ত্ৰোপচাৰৰ কেইঘণ্টামানৰ ভিতৰতে এই মহিলা কেইগৰাকী গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। প্ৰাথমিক তথ্য অনুসৰি চি-চেকচন অস্ত্ৰোপচাৰৰ ৮ ৰ পৰা ১২ ঘণ্টাৰ ভিতৰত ৰোগীসকলৰ ৰক্তচাপ আৰু প্লেটলেটৰ সংখ্যা হঠাৎ কমি গৈছিল আৰু তেওঁলোকৰ বৃক্ক বিকল হোৱাৰ দৰে লক্ষণ দেখা দিছিল। বৰ্তমান তদন্তকাৰী বিষয়াসকলে হাস্পতালখনত ব্যৱহাৰ কৰা আই ভি ফ্লুইড অৰ্থাৎ চেলিনৰ বটলসমূহো পৰীক্ষা কৰি আছে। ৰাজস্থান চৰকাৰে এই সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে। ইফালে জয়পুৰৰ এছ এম এছ মেডিকেল কলেজৰ এটা বিশেষ চিকিৎসকৰ দলক কোটালৈ সহায় আৰু তদন্তৰ বাবে পঠোৱা হৈছে। অৱশ্যে হাস্পতাল কৰ্তৃপক্ষই জনাইছে যে মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Apply Now

ৰাজস্থানৰ ঔষধ নিয়ন্ত্ৰণ প্ৰধান অজয় ফাটকে জনোৱা মতে অক্সিটচিন বেজীৰ নমুনা বিফল হোৱাৰ পিছতে কোটা হাস্পতালৰ সমগ্ৰ ষ্টক জব্দ কৰা হৈছে আৰু ৰাজ্যজুৰি ইয়াৰ ব্যৱহাৰ বন্ধ কৰা হৈছে। স্বাস্থ্য বিভাগে এই ঘটনাৰ সৈতে জড়িত চিকিৎসাকৰ্মীসকলকো তদন্ত শেষ নোহোৱালৈকে নিলম্বন কৰিছে। এই ঘটনাটো এনে এক সময়ত পোহৰলৈ আহিছে যেতিয়া ৰাজ্যখনত নকল ঔষধৰ বিৰুদ্ধে এক ডাঙৰ অভিযান চলি আছে। বিষয়াসকলে জনোৱা মতে যোৱা ১০ দিনত সমগ্ৰ ৰাজ্যতে বিক্ৰী হোৱা আন ১১ বিধ ঔষধো মানদণ্ড পৰীক্ষাত ব্যৰ্থ হৈছে। ইয়াৰ ভিতৰত জ্বৰ, এলাৰ্জী, পেটৰ সংক্ৰমণ, বিষ আৰু এন্টিবায়োটিকৰ দৰে জৰুৰীকালীন ঔষধ আছিল। এই ঔষধসমূহ দেশৰ বিভিন্ন ৰাজ্য যেনে হিমাচল প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, গুজৰাট, উত্তৰাখণ্ড, দিল্লী আৰু মহাৰাষ্ট্ৰৰ কোম্পানীয়ে তৈয়াৰ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm
এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

October 20, 2026 6:35 pm
ধন, ক্ষমতা, খ্যাতি আৰু ড্ৰাগছৰ মোহ : অপৰাধৰ জগতত সোমাই ওলাই অহাৰ বাট হেৰুওৱা যুৱ প্ৰজন্ম

ধন, ক্ষমতা, খ্যাতি আৰু ড্ৰাগছৰ মোহ : অপৰাধৰ জগতত সোমাই ওলাই অহাৰ বাট হেৰুওৱা যুৱ প্ৰজন্ম

October 20, 2026 5:36 pm
দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

October 20, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm
এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

October 20, 2026 6:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd