• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেনেকৈ হ’ল সম্ভৱ! শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ ৫জন কাৰাবন্দী HIV Positive

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2021 7:13 pm
CsI3mywVIAAMMoc

ফাইল ফটো। সৌজন্য: টুইটাৰ।

312
VIEWS
Share on FacebookShare on Twitter

HIV Positive in Silchar Central Jail শিলচৰ কাৰাগাৰৰ ৫জন কাৰাবন্দীৰ দেহত এইচআইভি পজিটিভ ধৰা পৰিছে।শেহতীয়াকৈ কৰা পৰীক্ষাত তেওঁলোকৰ দেহত এইডছৰ বীজাণু ধৰা পৰিছে। কাৰাগাৰখনত ইয়াকে লৈ আতংকৰ সৃষ্টি হৈছে।

কাৰাগাৰৰ অধীক্ষকে সত্যেন্দ্ৰ বৈশ্যই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে দুজন শাস্তিপ্ৰাপ্ত আৰু তিনিজন বিচাৰাধীন কাৰাবন্দীক পৰীক্ষা কৰাৰ সময়ত আটাইকেইজনৰে এইচআইভি পজিটিভ ধৰা পৰে।

কাৰাগাৰখনৰ বাকী কাৰাবন্দীৰো বাধ্যতামূলক পৰীক্ষা সম্পন্ন কৰা হৈছে।

উল্লেখ্য যে এই মাহৰে আৰম্ভণিৰ পিনে নগাওঁ জিলাত ৮৮জন বিচাৰাধীন কাৰাবন্দীৰ এইচআইভি পজিটিভ ধৰা পৰিছিল।

কাৰাগাৰ অধীক্ষক বৈশ্যই জানিবলৈ দিয়া মতে শাস্তিপ্ৰাপ্ত কাৰাবন্দী দুজনৰ ভিতৰত এজন মনিপুৰৰ বাসিন্দা আৰু আনজন ট্ৰাক ড্ৰাইভাৰ।

ট্ৰাক ড্ৰাইভাৰসকলে উপযুক্ত সুৰক্ষা অবিহনে যৌন সম্পৰ্ক কৰাৰ সম্ভাৱনালৈ লক্ষ্য ৰাখি কাৰাগাৰালৈ অহাৰ পাছতে ট্ৰাক ড্ৰাইভাৰগৰাকীক পৰীক্ষা কৰাত পজিটিভ ধৰা পৰে।

আনহাতে, মনিপুৰৰ কাৰাবন্দীজনেও অসুৰক্ষিত যৌন সম্পৰ্কৰ কথা স্বীকাৰ কৰিছিল আৰু তেওঁৰো পৰীক্ষাৰ পাছত পজিটিভ ধৰা পৰে।

ইপিনে, বাকী তিনিজন বিচাৰাধীন কাৰাবন্দীয়ে ড্ৰাগছ সেৱন কৰিছিল। ড্ৰাগছ লোৱাৰ বাবে একেটা চিৰিঞ্জ ব্যৱহাৰ কৰাৰ বাবে এইচআইভি সংক্ৰমণ ঘটাৰ সন্দেহ কৰা হৈছে।

ইতিমধ্যে তেওঁলোকৰ দুজনক শিলচৰ মেডিকেল কলেজত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে।         

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd