• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত আটক পাঁচগৰাকী ৰহিংগিয়া

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 14, 2019 7:37 pm

1 min read

arrested five Rohingyas

ফটো : নৰ্থ-ইষ্ট নাও

743
VIEWS
Share on FacebookShare on Twitter

অবৈধ বাংলাদেশীয়ে জুৰুলা কৰা অসমত এইবাৰ আন এখন দেশৰ অবৈধ নাগৰিকে বিপাঙত পেলাইছে আৰক্ষী প্ৰশাসনক। বিগত দিনত কেইবাজনো ৰহিংগিয়া অসম আৰক্ষীৰ জালত পৰাৰ পাছত আজি পুনৰ গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত আটক হ’ল পাঁচগৰাকী ৰহিংগিয়া নাগৰিক।

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনৰ ১ নং প্লেটফ’ৰ্মত ৰে’লৱে আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচিৰ সময়তে উক্ত ৰহিংগিয়া নাগৰিক কেইজনক আটক কৰে।

ৰে’লৱে আৰক্ষীয়ে প্ৰথমে আটক কৰিছিল দুজন ল’ৰা আৰু এজনী ছোৱালীক। ধৃত তিনিওজনে আৰক্ষীৰ ওচৰত নাগৰিকত্বৰ প্ৰমাণ দিব পৰা নাছিল। ইয়াৰ পাছতে আৰক্ষীয়ে তিনিওজনকে সোধা-পোচা কৰাত পুনৰ দুজন ল’ৰাক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে ধৃত বিদেশী লোক কেইজন ম্যানমাৰৰ আৰু তেওঁলোকে নতুন দিল্লীস্থ য়ুনাইটেড নেশ্যনেল হাই কমিশ্যন অব ৰিফিউজিৰ পৰা শৰণাৰ্থী প্ৰমাণপত্ৰ সংগ্ৰহ কৰিবৰ বাবে নতুন দিল্লীলৈ যাব আহিছিল। এই কথা ৰে’লৱে আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহে।

ৰে’লৱে আৰক্ষীৰ জালত পৰা লোক কেইজনক ক্ৰমে মাকাকম্যায়ুম চেহনাছ, মঃ জুবাৰ, মঃ কামাল হুছেইন, নুৰুল হাকিম আৰু মঃ কালিমুলা বুলি ৰে’লৱে আৰক্ষীয়ে চিনাক্ত কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ২০১৮ চনত মণিপুৰ আৰক্ষীয়ে এই কেইগৰাকী ৰহিংগিয়াক গ্ৰেপ্তাৰ কৰিছিল।

Recent News

Gautam Gambhir

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১ কোটি টকাৰ ব্যক্তিগত অনুদান গৌতম গম্ভীৰৰ পৰিয়ালৰ

ponting on Indian victory

দ্বিতীয় শ্ৰেণীৰ ভাৰতীয় দলৰ হাতত বিধ্বস্ত কেংগেৰু বাহিনী! কিয় হজম হোৱা নাই ৰিকি পন্টিঙৰ?

দিল্লীৰ ‘আউটাৰ ৰিং ৰোড’ত ট্ৰেক্টৰ ৰেলীৰ অনুমতি দিয়া নহয়, প্ৰতিবাদী কৃষকক জনালে আৰক্ষীয়ে

দিল্লীৰ ‘আউটাৰ ৰিং ৰোড’ত ট্ৰেক্টৰ ৰেলীৰ অনুমতি দিয়া নহয়, প্ৰতিবাদী কৃষকক জনালে আৰক্ষীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd