• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বান পৰিস্থিতিৰ মোকাবিলাৰ বাবে মাজুলীত বান-সাহায্য সমিতিৰ প্ৰস্তুতিমূলক বৈঠক

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , March 12, 2019 4:27 pm

1 min read

বান পৰিস্থিতিৰ মোকাবিলাৰ বাবে মাজুলীত বান-সাহায্য সমিতিৰ প্ৰস্তুতিমূলক বৈঠক
179
VIEWS
Share on FacebookShare on Twitter

আগন্তুক বাৰিষা বতৰৰ প্ৰতি দৃষ্টি ৰাখি মাজুলী জিলা প্ৰশাসনে জিলাখনত সম্ভাব্য বান পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ সম্ভৱপৰ সকলো ধৰণৰ প্ৰস্তুতি আৰম্ভ কৰিছে। এই সন্দৰ্ভত আজি মাজুলীৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (ডি ডি এম এ) দেৱপ্ৰসাদ মিশ্ৰই জিলা বান-সাহায্য সমিতিৰ এখন আগতীয়া প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত কৰে।

উপায়ুক্তৰ সভাকক্ষত আয়োজিত এই বৈঠকত অতিৰিক্ত উপায়ুক্ত তথা ডি ডি এম এৰ মুখ্য কাৰ্যবাহী বিষয়া চিন্ময় নাথ, আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়, ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মাৰ লগতে ডি ডি এম এৰ তথা জিলা বান সাহায্য সমিতিৰ সদস্য হিচাপে থকা জলসম্পদ, স্বাস্থ্য, গড়কাপ্তানী, জনস্বাস্থ্য কাৰিকৰী, কৃষি, পশু চিকিৎসা আৰু পশুপালন, খাদ্য আৰু অসামৰিক যোগান আদি বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকলে অংশগ্ৰহণ কৰে।

সভাত উপায়ুক্তই সকলো বিভাগকে আগন্তুক বাৰিষাৰ সময়ছোৱাত মাজুলী জিলাবাসীক সকাহ দিব পৰাকৈ আৰু সাম্ভাব্য যিকোনো বানজনিত প্ৰতিকূল পৰিস্থিতিৰে যথোচিত ভাৱে মোকাবিলা কৰিব পৰাকৈ নিজা নিজা আগতীয়া পৰিকল্পনা অহা ২০ মাৰ্চৰ ভিতৰতে যুগুত কৰি ডি ডি এম এৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

তদুপৰি, জিলাখনত থকা মঠাউৰিসমূহ আগন্তুক ১৫ দিনৰ ভিতৰতে জৰীপ কৰি মঠাউৰিৰ স্পৰ্শকাতৰ অংশসমূহ চিনাক্ত কৰি প্ৰয়োজনীয় আগতীয়া প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণৰ বাবে উপায়ুক্তই জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে।

Recent News

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

tarun-gogoi-1200x600-750x375

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ; আন ৮গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd