• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দ্বাৰা বানত ক্ষতিগ্ৰস্ত মহিলা হিতাধিকাৰীক সামগ্ৰী বিতৰণ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
October 13, 2021 2:05 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাত চলিত বৰ্ষত বানপানী কম হ’লেও কিছুমান অঞ্চলত বহু লোক বানত ক্ষতিগ্ৰস্ত হৈছে। এনে বানত ক্ষতিগ্ৰস্ত মহিলাক ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী ( এন ডি আৰ এফ) ৰ তৰফৰ পৰা মহিলাক দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা কিছুমান সামগ্ৰীৰ একোটাকৈ টোপোলা প্ৰদান কৰে ৷

এই উপলক্ষে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বঙাইগাঁও জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ উদ্যোগত অনুষ্ঠিত সভাত কেন্দ্ৰীয়ভাৱে সৃজনগ্ৰাম আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ ২০ গৰাকী মহিলাক এই প্ৰয়োজনীয় সামগ্ৰীৰ টোপোলা প্ৰদান কৰা হয়। উল্লখ্য যে জিলাখনৰ ২০০ গৰাকী হিতাধিকাৰীক এই প্ৰয়োজনীয় সামগ্ৰীৰ টোপোলা দিয়াৰ বাবে বাচনি কৰা হৈছে।

Apply Now

সভাত বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়াই এই বছৰৰ বানত জিলাখনত হোৱা ক্ষয়-ক্ষতিৰ এক চমু আভাস দাঙি ধৰে। তেওঁ দিয়া তথ্যমতে জিলাখনত বইটামাৰী,সৃজনগ্ৰাম আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ৬৭খন গাঁৱৰ ৬৪,২২৬ গৰাকী লোক বানাক্ৰান্ত হৈছিল। জিলাখনৰ ২২৯ খন গাঁৱৰ ১৪১২.৬৮ হেক্টৰ খেতিপথাৰ বানত ক্ষতিগ্ৰস্ত হৈছিল আৰু ২৮খন গাঁও গৰাখহনীয়াৰ কবলত পৰিছিল।

জিলাখনত ৭ টা আশ্ৰয় শিবিৰ,৭০ টা ৰিলিফ বিতৰণ কেন্দ্ৰ আৰু ৬ টা অস্থায়ী আশ্ৰয়স্থল স্থাপন কৰা হৈছিল।বানাক্ৰান্ত ৬৭৮ গৰাকী লোকে আশ্ৰয় শিবিৰত আশ্ৰয় ল’বলগীয়া হৈছিল।কিন্তু সুখৰ কথা যে বঙাইগাঁও জিলাৰ কোনো লোকে বানত প্ৰাণ হেৰুৱাবলগীয়া হোৱা নাই আৰু কোনো পশুও নিধন হোৱা নাই।

মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ ২৫৯ টা গৃহ ক্ষতিগ্ৰস্ত হৈছিল। বানাক্ৰান্ত লোকক উদ্ধাৰ কৰিবলৈ ১৩ খন নাও ব্যৱহাৰ কৰা হৈছিল। বানৰ কৱলত সৃজনগ্ৰাম চক্ৰৰ অধীনৰ ৯ টা আৰু বঙাইগাঁও ৰাজহ চক্ৰৰ ১ টা মথাউৰি ক্ষতিগ্ৰস্ত হৈছিল ৷ ১৩৮ টা পথ, ১৪খন দলং, ১৮১ টা মীনমহল, জলসম্পদ বিভাগৰ প্ৰতিৰোধী বান্ধ ২ টা, ১৪ খন প্ৰাথমিক বিদ্যালয়, ৩ টা অংগনৱাডী কেন্দ্ৰ ক্ষতিগ্ৰস্ত হৈছিল আৰু ইয়াৰ উপৰিও ২৮ খন গাঁও খহনীয়াত ক্ষতিগ্ৰস্ত হৈছিল।

বানাক্ৰান্ত তিনিওটা ৰাজহ চক্ৰৰ মুঠ ৭৬৪ গৰাকী লোকক নাওৰে উদ্ধাৰ কৰা হৈছিল । উদ্ধাৰ কাৰ্যত জিলাখনৰ স্থানীয় প্ৰশাসনক ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী তথা ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে সহায় কৰিছিল আৰু ১৬৬ টা পশু বানৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছিল৷

বানাক্ৰান্ত আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকৰ মাজত জিলা প্ৰশাসনৰ তৰফৰ পৰা মুঠ ১৬১৭.৮৯৬ কুইন্টল চাউল, ৩০৩.৮০৩ কুইন্টল দাইল, ৫৫.৩৩৭০ কুইন্টল নিমখ, ৪১৮৬.১৩৪৯ লিটাৰ মিঠাতেল, চিৰা,গুড়, আৰু ২০০৩.৩২ কুইন্টল গোমৰ ভুচি পশুখাদ্য হিচাপে দিয়া হৈছিল।

ইয়াৰ উপৰিও টিৰ্পাল, বিস্কুট,আমূল গাখীৰ, মাডাৰ হৰলিক্স, শিশুখাদ্য, মমবাতি, স্বাস্থ্যসন্মত নেপকিন, ফেনাইল, মাস্ক, ছেনিটাইজাৰ, ব্লিচিং পাউদাৰ, হেলোজেন টেবলেট, মহ খেদা ধূপ, দিয়াচলাই আদি প্ৰয়োজনীয় সামগ্ৰী দিয়া হৈছিল।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am
সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am
১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am
জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

September 9, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am
সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd