• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব্ৰহ্মপুত্ৰৰ বানত আংশিক প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান; সতৰ্ক উদ্যান কৰ্তৃপক্ষ

উত্তম শইকীয়া by উত্তম শইকীয়া
June 25, 2020 6:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত দুটা দিনত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব সীমাৰ ধনশিৰিমুখত বিপদসীমা অতিক্ৰম কৰাৰ পাচত প্লাৱিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল।

ব্ৰহ্মপুত্ৰৰ বৰ্ধিত জলপৃষ্ঠই ভেঙ্গৰাই, ডিফলু মৰিধনশিৰি আদিৰে উদ্যানৰ ভিতৰলৈ প্ৰৱেশ কৰিছে।

Apply Now

আজি বিয়লিৰ তথ্য মতে ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ ১১৮ মিটাৰ ওপৰত আছে। যাৰ বাবে প্লাৱিত হৈছে কাজিৰঙা।

সম্প্ৰতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৩টা বন শিবিৰৰ তল প্লাৱিত হৈছে। ইয়াৰে কহঁৰা বনাঞ্চলৰ ৬টা, বাগৰি বনাঞ্চলৰ ৬টা, অগৰাতলি বনাঞ্চলৰ ১৬টা, বুঢ়াপাহাৰ বনাঞ্চলৰ ৩টা আৰু ষষ্ঠ সংযোজন এলেকাৰ ২টা বনশিবিৰৰ তলত পানী সোমাইছে।

ৰাষ্ট্ৰীয় উদ্যানখনত বান পৰিস্থিতি জটিল হোৱা নাই যদিও উদ্যানৰ ভিতৰত কৰ্মৰত বিভাগীয় হাতীবোৰ বাহিৰলৈ আনিবৰ বাবে নিৰ্দেশ দিয়াৰ লগতে সম্ভাব্য বন্যপ্ৰাণীৰ প্ৰব্ৰজনৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ ৰাষ্ট্ৰীয় পথাংশত বেৰিকেড স্থাপন কৰি যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

অৱশ্যে দুই এটা প্ৰাণীৰ বাহিৰে দক্ষিণৰ কাৰ্বি পাহাৰলৈ এতিয়াও বন্যপ্ৰাণীৰ সামূহিক প্ৰব্ৰজন লক্ষণীয় হোৱা নাই ৷ তথাপিও কাৰ্বি পাহৰলৈ যোৱা বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে সতৰ্কতাৰ ব্যৱস্থা কৰিছে বন বিভাগে ৷

বানপানীৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনত হব পৰা জটিল পৰিস্থিতিৰ বাবে ৰাজ্যৰ বিভিন্ন বনসংমণ্ডলৰ পৰা অতিৰিক্ত বনকৰ্মীক বিচাৰিছে  কাজিৰঙাৰ কৰ্তৃপক্ষই ৷ ইয়াৰে ভালে সংখ্যক বনকৰ্মীয়ে আহি ইতিমধ্যেই কাজিৰঙাত যোগদান কৰিছেহি ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd