• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাতৃ আৰু পত্নীক হত্যা এছিয়ান চেম্পিয়নশ্বিপৰ পদক বিজয়ী প্ৰাক্তন ভাৰতীয় ক্ৰীড়াবিদৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2020 7:14 pm
images

প্ৰতিকী ফ'টো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছিয়ান চেম্পিয়নশ্বিপত পদক বিজয়ী এজন প্ৰাক্তন ভাৰতীয়ে ক্ৰীড়াবিদে নিজ মাতৃ আৰু পত্নীক হত্যা কৰিছে।

এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত কৰি এই হত্যাকাণ্ডৰ কথা ক্ৰীড়াবিদজনে নিজেই আৰক্ষীলৈ ফোন কৰি অৱগত কৰে।

Apply Now

আমেৰিকাৰ পেনচিলভেনিয়াৰ ডেলৱাবেৰৰ নিৱাসী ইকবাল সিং নামৰ ভাৰতৰ প্ৰাক্তন ক্ৰীড়াবিদজনে যোৱা দেওবাৰে এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰিছে।

৫২ বছৰীয়া ভাৰতীয় ক্ৰীড়াবিদজনে আৰক্ষীক খবৰ দিয়াৰ পিছতে ফিলাডেলফিয়াৰ আৰক্ষীয়ে গৈ তেওঁৰ ঘৰ উপস্থিত হৈ দুগৰাকী মহিলাৰ ৰক্তাক্ত মৃতদেহ দুটা পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে।

আৰক্ষীৰ মতে দুয়ো গৰাকী মহিলাৰে ডিঙিৰ নলী কাটি হত্যা কৰা হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰিছে যে ইকবাল সিঙৰ শৰীৰতো ছুৰীৰ আঘাতৰ চিহ্ন স্পষ্ট হৈ আছে। তেওঁ আৰক্ষীৰ আগত নিজ মাতৃ আৰু পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে।

সিঙৰ বিৰুদ্ধে ইতিমধ্যে ফাৰ্ষ্ট আৰু থাৰ্ড ডিগ্ৰী মাৰ্ডাৰৰ চাৰ্জ লগোৱা হৈছে আৰু তেওঁক জামিনৰ বিপৰীতে বিচাৰ বিভাগৰ জিম্মাত ৰখা হৈছে।

আনহাতে নিজৰ আইনী যুঁজৰ বাবে ইকবাল সিঙে কোনো অধিবক্তাও লোৱা নাই বুলি জানিব পৰা গৈছে।

ইফালে জানিব পৰা মতে ১৯৮৩ চনৰ কুৱইট এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ শ্বটপুটত ব্ৰঞ্জৰ পদক জয় কৰা ইকবাল সিং অতি শান্ত স্বভাৱৰ আছিল।

উক্ত চেম্পিয়নশ্বিপত বঞ্জৰ পদক জয় কৰাৰ পিছতে ইকবাল সিঙে আমেৰিকালৈ গৈ টেক্সী চাবলৈ আৰম্ভ কৰে বুলি মাৰ্কিন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

ক্ৰীড়াবিদজনে কিয় এই হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া জানিব পৰা নাই যদিও আৰক্ষীৰ প্ৰাথমিক তদন্তৰ মতে ইকবালে মাতৃ-পত্নীক হত্যা কৰি নিজেও আত্মঘাতী হোৱাৰ চেষ্টা কৰিছিল।

ইফালে ইকবালে মাতৃ আৰু পত্নীক হত্যা কৰাৰ পিছত নিজ পুত্ৰলৈ ফোন কৰি কয়, “তোমাৰ আইতা আৰু মাক মই হত্যা কৰিছো। তুমি আৰক্ষীক ফোন কৰি মোক গ্ৰেপ্তাৰ কৰিবলৈ কৈ দিয়া।” পুত্ৰৰ পিছত ইকবালে নিজ কন্যালৈও এইবুলি কৈ ফোন কৰা বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd