• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যৰ বোলছবি জগতৰ লগত জড়িত কাৰিকৰী কলা-কুশলীক খাদ্য সামগ্ৰী যোগান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 6, 2020 7:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বোলছবি জগতৰ লগত জড়িত কাৰিকৰী কলা-কুশলীক এসপ্তাহৰ খাদ্য সামগ্ৰী যোগান।

তেনে ১২০ টা পৰিয়ালক এসপ্তাহৰ খাদ্য সামগ্ৰী যোগান ধৰিলে ক্ৰীড়া আৰু যুৱ কল্যাণৰ সদস্য সচিব লক্ষ্য কোঁৱৰে।

Apply Now

অভিনেত্ৰী অমৃতা গগৈ আৰু কৰিঅ’গ্ৰাফাৰ উদয় শঙ্কৰে নিজে এই খাদ্য সমগ্ৰীখিনি কাৰিকৰী কলা কুশলীসকলক ঘৰে ঘৰে গৈ বিতৰণ কৰাৰ দায়িত্ব লয়।

মহানগৰীৰ চুপাৰ মাৰ্কেটস্থিত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালকালয়ত খাদ্য সামগ্ৰী খিনি অমৃতা আৰু উদয়ৰ হাতত অৰ্পন কৰে ব্ৰটদৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু লক্ষ্য কোঁৱৰে।

উক্ত কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি বিধায়িকা আঙুৰলতা ডেকাই কয়, ‘এখন দিঘলীয়া যুদ্ধৰ বাবে সকলো সাজু হৈছো। মানসিকভাৱে প্ৰস্তুত হ’বলৈয়ো আহ্বান জনাইছো। এনে কিছুমান পৰিয়াল আছে যিসকলে দিনত কাম কৰিলেহে ৰাতিলৈ এসাজ খাবলৈ পায়। আজি বোলছবি জগতৰ সৈতে জড়িত কাৰিকৰী কলা-কুশলীসকলক খাদ্য-সামগ্ৰী দিয়া হৈছে। পাছত যদি তেনে পৰিয়ালৰ সন্ধান পাওঁ তেন্তে তেওঁলোককো সহায় কৰিম।‘

আনহাতে, এই খাদ্য সামগ্ৰীসমূহৰ যোগানকাৰী লক্ষ্য কোঁৱৰে সংবাদ মাধ্যমৰ আগত কয় ‘এই সময়ত সকলো বিভিন্ন সমস্যাৰ সন্মুখীন হৈছো। কালি আমি গম পালো যে অসমীয়া বোলছবি জগতৰ কাৰিকৰী কলা-কুশলীসকল বহু অসুবিধাৰ সন্মুখীন হৈছে। সেয়েহে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ১২০ টা পৰিয়াললৈ এসপ্তাহৰ খাদ্য সামগ্ৰী যোগান ধৰিছো।’

এই খাদ্য সামগ্ৰীসমূহ কাৰিকৰী কলা-কুশলীসকলৰ মাজত বিতৰণ কৰাৰ দায়িত্ব লোৱা অভিনেত্ৰী অমৃতা গগৈয়ে কয়, ‘ৰাজ্য চৰকাৰে অসমীয়া বোলছবি জগতৰ কলা-কুশলীসকললৈ যি সহযোগিতা আগবঢ়াইছে সেই সহোযোগিতাৰ অংশ ল’বলৈ পাই নিজকে সুখী অনুভৱ কৰিছো। আমি নিজেই ঘৰে ঘৰে গৈ এই খাদ্য সামগ্ৰীসমূহ কলা কুশলীসকলৰ মাজত বিতৰণ কৰিমগৈ।‘

Tags: COVID19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd