• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খেলৰ মাজতে খেলপথাৰৰ কোণত প্ৰস্ৰাৱ কৰি আছিল ফুটবলাৰে! ৰঙা কাৰ্ড দেখুৱালে ৰেফাৰীয়ে (চাওক ভিডিঅ’)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2024 7:44 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুটবলত ৰঙা কাৰ্ড দেখা পোৱাটো আজিকালি বিশেষ আচৰিত কথা নহয়। কাৰণ বৰ্তমান ফুটবলত যদি কোনো ফুটবলাৰে বেয়াধৰণৰ আচৰণ কৰে বা ফাউল কৰে তেন্তে ৰেফাৰীৰ তীক্ষ্ণ দৃষ্টিৰ পৰা আঁতৰি নাযায়। সেই সময়ত ৰঙা কাৰ্ড দেখিবই। সেইবাবেই আজিৰ ফুটবলাৰসকলে আগৰ দৰে ৰুক্ষ আৰু আক্ৰোশী ফুটবল খুব কমেইহে খেলে। তেওঁলোকে নিজৰ খেল অতি সাৱধানে খেলে।

কিন্তু তাৰপিছতো ফুটবলাৰসকলে বিভিন্ন কাৰণত ৰঙা কাৰ্ড দেখিবলগীয়া লগা হয়। কিন্তু আজিকালি ফুটবলাৰ এজনে ৰঙা কাৰ্ড পাবলগীয়া কাৰণবোৰ কোনেও সপোনতো ভাবিব নোৱাৰিব। পেৰুৰ খেলুৱৈ চেবাষ্টিয়ান মুনোজক খেলপথাৰত প্ৰস্ৰাৱ কৰাৰ বাবে ৰেফাৰীয়ে ৰঙা কাৰ্ড দেখুৱায়। মানে খেলৰ সময়ত ফুটবলাৰজনে খেলপথাৰৰ কোণত প্ৰস্ৰাৱ কৰে আৰু ৰঙা কাৰ্ড পায়।

কোপা পেৰু নিম্ন ডিভিজনৰ প্ৰতিযোগিতাৰ সময়ত সংঘটিত হয় এই ঘটনা। এই মেচখনত এটলেটিকো আৱাজুন আৰু কেণ্টৰচিলো এফ চিয়ে ইটোৱে সিটোৰ বিৰুদ্ধে খেলিছিল। এই মেচখনত সংঘটিত হৈছিল এই আশ্চৰ্যজনক ঘটনা।

Apply Now

লগতে পঢ়কঃ অলিম্পিকৰ পিছতেই বাঢ়িল অধিক জনপ্ৰিয়তা : আয় ৩ গুণলৈ বৃদ্ধি পালে ৱিনেশ ফ’গাটৰ

খেলখনৰ ৭১ মিনিটত আৱাজুনে কৰ্ণাৰ লাভ কৰে। যিটো শ্বট ল’বলৈ কিছু সময় লাগিছিল কাৰণ কেণ্টৰচিলোৰ গ’লৰক্ষকগৰাকীয়ে সামান্য আঘাত পাইছিল আৰু সেই সময়ত খেলপথাৰৰ ভিতৰতে চিকিৎসাধীন হৈ আছিল।

সেই সময়ত খেল বন্ধ হৈ আছিল। খেলখন পুনৰ আৰম্ভ হ’বলৈ বহু সময় বাকী আছিল। তেতিয়াই মুনোজৰ প্ৰস্ৰাৱ লাগে। খেল পলম হোৱা দেখি তেওঁ কৰ্ণাৰৰ পতাকাৰ ওচৰৰ খেলপথাৰৰ কাষলৈ গৈ প্ৰস্ৰাৱ কৰিবলৈ ঠাই বিচাৰি ল’লে। মুনোজে খেলপথাৰৰ কাষৰ বেৰত প্ৰস্ৰাৱ কৰি থাকিল। এইখিনিতে ৰেফাৰীয়ে খেল আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। কিন্তু মুনোজে তেতিয়াও প্ৰস্ৰাৱ কৰি আছিল। কেণ্টৰচিলোৰ খেলুৱৈসকলে এই কথা ৰেফাৰীৰ দৃষ্টিগোচৰ কৰে।

মুনোজৰে প্ৰস্ৰাৱ কৰি থকা দেখি খং উঠিল ৰেফাৰীৰ। লগে লগে তেওঁ মুনোজৰ ফালে আগবাঢ়ি গ’ল। সেই সময়তে মুনোজে প্ৰস্ৰাৱ কৰা বন্ধ কৰি খেলপথাৰলৈ উভতি আহিল। তেতিয়াই ৰেফাৰীয়ে মুনোজক ৰঙা কাৰ্ড দেখুৱায়। এনেধৰণে ৰঙা কাৰ্ড দেখি খেলুৱৈজন আচৰিত হৈ পৰে আৰু ৰেফাৰীৰ পিনে চাই ৰয়।

IS THIS THE MOST EMBARRASSING SENDING OFF EVER? 😲

From the Copa Peru. A red card that has to be seen to be believed. 🟥pic.twitter.com/X8nYdUeGMm

— Men in Blazers (@MenInBlazers) August 18, 2024

বিগত সময়তো একেধৰণৰ ঘটনাত আৰ্চেনালৰ প্ৰাক্তন গ’লৰক্ষক জেন্স লেহমানে প্ৰস্ৰাৱ কৰিবলৈ হাৰ্ডিঙৰ ওপৰেৰে জপিয়াই নিজকে সকাহ দিছিল আৰু বিপক্ষৰ আক্ৰমণ ৰোধ কৰিবলৈ ঠিক সময়ত উভতি আহিছিল। ইংলেণ্ডৰ কিংবদন্তি গেৰী লাইনেকাৰক এনে আন এক জঘন্য ঘটনাৰ সৈতে জড়িত কৰা হৈছিল। ১৯৯০ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ সময়ত খেলপথাৰৰ পিচপিনে তেওঁ শৌচ কৰিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd