• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২৫ বছৰ ধৰি এখন বিদ্যালয়ত হিন্দু আৰু মুছলমান শিক্ষাৰ্থীৰ বাবে পৃথককৈ ৰন্ধা হৈছিল মধ্যাহ্ন ভোজন, তাৰপাছত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2025 4:48 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাত-পাত, ধৰ্ম-বৰ্ণক লৈ ভাৰতৰ বহু ৰাজ্যৰ বিভিন্ন সমাজ ব্যৱস্থা আজিও প্ৰভাৱিত ৷ কিন্তু তাৰ মাজতে এটা এনেকুৱা বতৰা আহিছে আপোনাৰ মুখলৈ যিয়ে সামান্য পৰিমাণে হ’লেও কঢ়িয়াই আনিছে আশাৰ বতৰা ৷ ঘটনাটো ভাৰতৰ অংগৰাজ্য পশ্চিমবংগৰ ৷

পশ্চিমবংগৰ পূব বৰ্ধমান জিলাৰ অন্তৰ্গত এখন ঠাই কিশোৰীগঞ্জ মনমোহনপুৰ ৷ এই কিশোৰীগঞ্জতে আছে এখন চৰকাৰী বিদ্যালয় মনমোহনপুৰ প্ৰাথমিক বিদ্যালয় ৷ এই চৰকাৰী বিদ্যালয়খনত প্ৰায় যোৱা ২৫ বছৰজুৰি কি হৈ আছিল সেই কথা জানিলে আপুনিও ভাবিবলৈ বাধ্য হ’ব।

Apply Now

এই প্ৰাথমিক বিদ্যালয়খনত হিন্দু-মুছলমান উভয় ধৰ্মৰে কণ-কণ শিক্ষাৰ্থীসকলক যি মধ্যাহ্ন ভোজন যোৱা ২৫ বছৰে দি অহা হৈছিল, সেয়া ৰন্ধা হৈছিল দুটা সুকীয়া সুকীয়া পাকঘৰত ৷ হিন্দুৰ বাবে এটা পৃথক পাকঘৰ আৰু মুছলমানৰ বাবে এটা বেলেগ পাকঘৰ ৷ স্কুল কৰ্তৃপক্ষই নিজেই স্থাপন কৰি লৈছিল এই দুটা সুকীয়া পাকঘৰ ৷ চৌকাৰ পৰা আৰম্ভ কৰি ৰন্ধা বাচন-বৰ্তনলৈকে সকলো ব্যৱস্থা আছিল পৃথক ৷ শিক্ষাৰ্থীসকলক মধ্যাহ্ন ভোজন পৰিৱেশন কৰাৰ সময়তো ভাগে ভাগে দিয়া হৈছিল খাদ্য ৷

যোৱা ২৫ টা বছৰে এই চৰকাৰী বিদ্যালয়খনত এই নিয়ম চলি আহিছিল ৷ শেহতীয়াকৈ স্থানীয় একাংশ লোকে বিষয়টো জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰে ৷ জিলা প্ৰশাসনে এই অভিযোগ পোৱাৰ পাছতে স্থানীয় গাওঁ পঞ্চায়তৰ এখন সভা অনুস্থিত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰে ৷

আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনৰ এগৰাকী শীৰ্ষ বিষয়াই কয়- “শিশুসকলেই দেশৰ ভৱিষ্যৎ ৷ তেওঁলোকক এইদৰে ধৰ্মৰ ভিত্তিত ভাগ ভাগ কৰাটো উচিত হোৱা নাই ৷ জিলা প্ৰশাসনে এই অভিযোগ পোৱাৰ পাছতে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ পঞ্চায়তৰ সভাত সিদ্ধান্ত লোৱা হৈছে যে এতিয়াৰে পৰা আৰু এই ব্যৱস্থা নচলিব ৷ সকলো শিক্ষাৰ্থীৰ বাবে এটাই উমৈহতীয়া পাকঘৰত খাদ্য প্ৰস্তুত কৰা হ’ব ৷ অৱশ্যে সেই সভাখনত দুজনমান অভিভাৱকে উমৈহতীয়া পাকঘৰৰ বিৰোধিতা কৰিছিল ৷ কিন্তু জিলা প্ৰশাসনে তেনে অভিযোগক গুৰুত্ব দিবলগীয়া বুলি ভবা নাই ৷ এতিয়াৰে পৰা দুয়োগৰাকী ৰান্ধনীয়ে একেলগে একেটা পাকঘৰতে সকলো শিক্ষাৰ্থীৰ বাবে উমৈহতীয়াকৈ খাদ্য প্ৰস্তুত কৰিব আৰু সকলো শিক্ষাৰ্থীয়ে একেলগে খাব ৷”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

August 21, 2026 6:00 pm
আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

August 21, 2026 4:54 pm
তেলেংগানাৰ কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেভন্থ ৰেড্ডীক আমেৰিকা ভ্ৰমণৰ অনুমতি নিদিলে মোদী চৰকাৰে : কিন্তু কি কাৰণে?

তেলেংগানাৰ কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেভন্থ ৰেড্ডীক আমেৰিকা ভ্ৰমণৰ অনুমতি নিদিলে মোদী চৰকাৰে : কিন্তু কি কাৰণে?

August 21, 2026 3:23 pm
ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

August 21, 2026 1:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

August 21, 2026 6:00 pm
আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

August 21, 2026 4:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd