• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাজ্যিক চিৰিয়াখানাত প্ৰথমবাৰলৈ গিবন দম্পতীয়ে জন্ম দিলে এটি সন্তান

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 15, 2019 8:30 pm

1 min read

ৰাজ্যিক চিৰিয়াখানাত প্ৰথমবাৰলৈ গিবন দম্পতীয়ে জন্ম দিলে এটি সন্তান
751
VIEWS
Share on FacebookShare on Twitter

আপুনি যদি চিৰিয়াখানালৈ যায় তেন্তে যোৱা পথছোৱাৰ বাওঁফালে অৰ্থ্যাৎ শিশু উদ্যানৰ সমীপতে দেখিবলৈ পাব এহাল হলৌ বান্দৰ। মতা বান্দৰটোৰ নাম জেকলিন আৰু মাইকীজনীৰ নাম সৰুমাই। সৰুমাইৰ কোলাত এতিয়া এটা কেঁচুৱা। বৰ্তমানলৈকে চিৰিয়াখানা কতৃপক্ষই নামকৰণ কৰিব পৰা নাই জেকলিন আৰু সৰুমাইৰ সন্তানটিৰ।

কিয়নো ৬-৭ মাহলৈকে পোৱালীটো মতা নে মাইকী হ’ব সেই কথা জানিব পৰা নাযাব। ক’লা ৰংৰ হ’লে মতা আৰু সোণালী ৰঙৰ হ’লে মাইকী হ’ব বুলি জানিবলৈ দিয়ে চিৰিয়াখানা কতৃপক্ষই।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ২ আগষ্টত জন্ম লাভ কৰিছিল গিবনৰ পোৱালিটোৱে। ইতিমধ্যে দুমাহ সম্পূৰ্ণ হৈছে পোৱালিটোৰ। পোৱালীটোৰ পিতৃ আৰু মাতৃ দুয়োকে বেলেগ বেলেগ ঠাইৰ পৰা অনা হৈছিল। মাতৃ সৰুমাইক কাৰ্বিআংলৰ পৰা ২০১২ চনত অসম ৰাজ্যিক চিৰিয়াখানালৈ আনিছিল বুলি জানিবলৈ দিয়ে চিৰিয়াখানা কতৃপক্ষই। ২০১৮ চনৰ জুলাই মাহত অনা হৈছিল হাফলংৰ পৰা অনা হৈছিল পিতৃ জেকলিনক।

পিতৃ-মাতৃ আৰু চিৰিয়াখানা কতৃপক্ষৰ তত্বাবধানত দিনে দিনে ডাঙৰ হ’বলৈ ধৰিছে গিবনৰ সন্তানটো। পিতৃ মাতৃৰ দৰে গছ বগাবলৈ বা খেলিবলৈ ৬ ৰ পৰা ৭ মাহ পৰ্য্যন্ত লাগিব পোৱালিটোক।

হলৌ বান্দৰ ২৫ বছৰ জীয়াই থাকে। ইয়াৰ খাদ্য তালিকাৰ ভিতৰত আছে বিভিন্ন ফল-মূল যেনে কল, মধুৰিয়াম, জামু, আম আৰু গছৰ পাত ইত্যাদি।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd