• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, April 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 2, 2021 6:17 pm

2 min read

ballot_paper
368
VIEWS
Share on FacebookShare on Twitter

পোষ্টেল বেলট সন্দৰ্ভত আজি ৰাজ্যিক নিৰ্বাচন আয়ুক্ত নীতিন খাড়েই জনতা ভৱনত  এখন সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে তিনিটা বিশেষ পৰ্যায়ৰ লোকৰ ক্ষেত্ৰত এইবাৰ পোষ্টেল বেলটৰ সুবিধা থাকিব। সেই অনুসৰি ৮০ বছৰৰ উৰ্ধৰ লোকৰ বাবে পোষ্টেল বেলটৰ সুবিধা প্ৰদান কৰা হ’ব।

একেদৰে কোভিড-১৯ত আক্ৰান্ত  লোককো এই সুবিধা দিয়া হ’ব। তেওঁ লগতে কয় যে বিশেষভাৱে সক্ষম লোকসকলেও  পোষ্টেল বেলটৰ জৰিয়তে ভোট দিয়াৰ সুবিধা  লাভ কৰিব।

পোষ্টেল বেলটৰ সমগ্ৰ প্ৰক্ৰিয়াটো সংশ্লিষ্ট  জিলা নিৰ্বাচনী বিষয়া ই তদাৰক কৰিব।চৰকাৰী  কৰ্মচাৰীয়ে ঘৰে ঘৰে গৈ এই সুবিধাৰ বিষয়ে মানুহক  অৱগত কৰি আছে বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।

নিৰ্বাচন আয়োগে পোষ্টেল বেলট সন্দৰ্ভত তথ্য প্ৰদান কৰিবলৈ টোলফ্ৰী নম্বৰ ১৯৫০ মুকলি কৰিছে।

#DidYouKnow: Now you can cast your vote from home too! For the first time #PostalBallots have been made available for differently-abled persons, senior citizens above 80 years and persons suffering from COVID-19. Know the details 👇#AssamElections2021 pic.twitter.com/wXoIPGPptQ

— DIPR Assam (@diprassam) March 2, 2021

তেওঁ লগতে কয় যে প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে  ৬ মাৰ্চৰ পূৰ্বে পোষ্টেল বেলটৰ সুবিধা লাভ কৰিবলৈ আবেদন জমা দিব লাগিব।

এই ক্ষেত্ৰত এই সুবিধা গ্ৰহণ কৰিব বিচৰা সকলে সংশ্লিষ্ট বিএলঅ’ৰ সৈতে যোগাযোগ কৰিব পাৰিব।উল্লেখ্য  অসমত ৮০ উৰ্ধৰ ২ লাখ ৯০ হাজাৰ ২৩৮ গৰাকী ভোটাৰ আছে।

একেদৰে বিশেষ ভাৱে সক্ষম  ভোটাৰৰ সংখ্যা হৈছে ১ লাখ ৩৩ হাজাৰ ৭৮৯ গৰাকী ।

পোষ্টেল বেলেট জমা দিয়াৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে  ২৬ মাৰ্চ।

ৰাজ্যিক নিৰ্বাচন আয়ুক্ত গৰাকীয়ে লগতে কয় যে যিসকলে পোষ্টেল বেলটৰ জৰিয়তে ভোট দিব তেওঁলোকে পুনৰ ভোটকেন্দ্ৰলৈ গৈ ভোট দিব নোৱাৰিব।

Recent News

a ccc

কামৰূপ মেট্ৰ’ৰ শিক্ষানুষ্ঠান বন্ধ সন্দৰ্ভত জিলা উপায়ুক্তক সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ  প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Last-Rites-of-Bhitali-Das-750x430

নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত পঞ্চভূতত বিলীন হ’ল শিল্পী ভিতালী দাসৰ নশ্বৰদেহ

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd