• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঘৰুৱা খেলত বিচিচিআইৰ লগো থকা হেলমেট পৰিধান কৰি বিপদত ৰবিচন্দ্ৰন আশ্বিন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 26, 2019 6:59 am

1 min read

R Aswin Spiner

আশ্বিন, উৎস-ইণ্টাৰনেট

19.1k
VIEWS
Share on FacebookShare on Twitter

বিজয় হাজাৰে ট্ৰফীৰ ফাইনেলত তামিলনাডুৰ হৈ অংশলোৱা ভাৰতীয় টেষ্ট দলৰ নিয়মীয়া সদস্য স্পীনাৰ ৰবিচন্দ্ৰন আশ্বিনে ঘৰুৱা ক্ৰিকেটত বিচিচিআইৰ লগো ব্যৱহাৰ কৰাৰ বাবে জৰিমনাৰ সন্মুখিন হ’বলগীয়া হ’ব পাৰে।

কৰ্ণাটকৰ বিপক্ষে বিজয় হাজাৰে ট্ৰফীৰ ফাইনেলত তামিলনাডু হৈ তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ অহা আশ্বিনে বিচিচিআইৰ লগো থকা হেলমেট পৰিধান কৰিছিল।

খেলখনত মেচ ৰেফাৰী হিচাপে থকা চিন্ময় শৰ্মাই আশ্চিনৰ ওপৰত জৰিমনা লগাব পাৰে। বিচিচিআইৰ এগৰাকী কাৰ্য্যকৰ্তাই সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি কয়, ‘‘আশ্চিনৰ ওপৰত জৰিমনা লাঘু হ’ব নে নহয় সেয়া মেচ ৰেফাৰীৰ ওপৰত নিৰ্ভৰ কৰিব’’।

কাপোৰৰ ক্ষেত্ৰত থকা নিয়ম অনুসৰি যদিহে ৰাষ্ট্ৰীয় দলৰ হেলমেট ঘৰুৱা খেলত পৰিধান কৰা হয় তেনেহ’লে হেলমেটত থকা বিচিচিআইৰ লগো লুকুৱাই ৰখাটো দৰকাৰ।

বিচিচিআইৰ বিষয়া গৰাকীয়ে এনেবোৰ নিয়ম সন্দৰ্ভত বহু পূৰ্বৰে পৰা খেলুৱৈ সকলক সতৰ্ক কৰি দি অহা হৈছিল বুলি উল্লেখ কৰি ইয়াৰ পাছতো যদিহে খেলুৱৈয়ে ভুল কৰে তেন্তে নিশ্চিতভাৱে জৰিমনাৰ সন্মুখিন হ’ব লাগে বুলি কয়।

একেখন খেলতে মায়ংক আগৰৱাল আৰু লোকেশ ৰাহুলে ৰাষ্ট্ৰীয় দলৰ হেলমেট পৰিধান কৰিছিল যদিও বিচিচিআইৰ লগো চেলো টেপেৰে লুকুৱাই ৰাখিছিল।

 

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd