• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বলপূৰ্বকভাৱে ঘৰত সোমাই শাহু-বোৱাৰীক দলবদ্ধভাৱে ধৰ্ষণ! পলাতক পাঁচ অচিনাক্ত দুৰ্বৃত্ত

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 13, 2024 12:40 pm
1.8k
VIEWS
Share on FacebookShare on Twitter

পঞ্চাশ বছৰীয়া শাহুৱেক আৰু আঠাইশ বছৰীয়া বোৱাৰীক বলপূৰ্বকভাৱে ঘৰত প্ৰৱেশ কৰি দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে পাঁচজন অচিনাক্ত ব্যক্তিৰ। আৰু অভিযোগ অনুসৰি মহিলাগৰাকীৰ স্বামী আৰু পুত্ৰকো নিৰ্যাতনৰ চলায়৷ অভিযুক্তৰ বিৰুদ্ধে কটাৰীৰে আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। শনিবাৰে নিশা অন্ধ্ৰ প্ৰদেশৰ শ্ৰীসত্যসাই জিলাৰ নল্লৱমণিপল্লী গাঁৱত সংঘটিত হয় এই ঘটনা। ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে তদন্তৰ অগ্ৰগতি জানিবলৈ আৰক্ষী অধীক্ষকক তেওঁৰ কাৰ্যালয়লৈ ফোন কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ঘটনাস্থলীৰ কাষতে এটা কাগজ কল নিৰ্মাণ কৰি থকা হৈছে। তাতে অস্থায়ী ঘৰ এটা বনাই আছিল। নিৰ্যাতনৰ বলি হোৱা দুগৰাকী মহিলাই একেলগে শ্ৰমিক হিচাপে কাম কৰিছিল। তেওঁলোকৰ স্বামীয়ে সেই নিৰ্মাণ কোম্পানীটোত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি আছে।

জানিব পৰা মতে শনিবাৰে নিশা দুই বজাৰ ওচৰত মটৰ চাইকেলেৰে যাতায়ত কৰা একাংশ লোকক দেখা গৈছিল।তাৰ পিছত সেই পৰিয়ালটোৰ লগত তৰ্ক কৰিবলৈ আৰম্ভ কৰে। তৰ্ক শুনি পুত্ৰও ঘটনাস্থলীত পিতৃৰ কাষলৈ আহিল। অভিযোগ অনুসৰি, অভিযুক্তই তেওঁলোকৰ ওপৰত দাৰে আক্ৰমণ কৰে। ইয়াৰ পিছত জোৰকৈ ঘৰৰ ভিতৰত সোমাই মহিলা দুগৰাকীক ধৰ্ষণ কৰে।

আৰক্ষী অধীক্ষক ভি ৰতনে কয়, ‘হয়তো অভিযুক্তই দীৰ্ঘদিন ধৰি ভুক্তভোগীৰ পৰিয়ালৰ ওপৰত চকু ৰাখিছিল। ইয়াৰ পিছতে ঘৰত সোমাই মহিলাকেইগৰাকীক ধৰ্ষণ কৰে। এই ঘটনাৰ তদন্তৰ বাবে আমি এটা বিশেষ দল গঠন কৰিছো। আমি আশা কৰিছো অভিযুক্তক অতি সোনকালে ধৰা পৰিব।’

ঘটনাৰ পিছতে চিলামঠুৰ থানাত গৈ এজাহাৰ দাখিল কৰে পৰিয়ালে। ভুক্তভোগী দুগৰাকীৰ শাৰীৰিক পৰীক্ষা কৰা হৈছে। আনহাতে, পিতৃ-পুত্ৰৰ অৱস্থাও সুস্থিৰ বুলি জনা যায়। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি সমগ্ৰ বিষয়টো তদন্ত কৰি আছে। শেষ খবৰলৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd