• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

Uttam Saikia উত্তম শইকীয়া
গুৱাহাটী , January 22, 2021 7:59 pm

2 min read

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ
213
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ কৃষি, পশু পালন আৰু উদ্যান শস্য বিভাগৰ উদ্যোগত অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষ সহযোগত বোকাখাতত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ আজি দ্বিতীয় দিনা এলানি কৰ্মশালা, আলোচনা চক্ৰ আৰু ভাৰ্চুৱেল আলোচনা অনুষ্ঠিত কৰা হয়।

প্ৰদৰ্শনী থলীত নিৰ্মাণ কৰা আটক ধুনীয়া মণ্ডপত পৃথক পৃথকভাৱে এই কাৰ্যসুচী সমূহ অনুষ্ঠিত কৰা হয়।

দ্বিতীয় দিনা পুৱা উচ্চ প্ৰযুক্তিৰে উদ্যান শস্য আৰু কৃষিৰ যান্ত্ৰিক কৰণ, পুষ্টি আৰু খাদ্য সুৰক্ষাৰ বাবে কৃষি, ডিজিটেল পদ্ধতিৰে কৃষি আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰত হোৱা উদ্ভাৱনৰ লগতে বিবৰ্তিত কৃষি পদ্ধতিৰ ওপৰত ভাৰ্চুৱেল আলোচনা অনুষ্ঠিত হয়।

এই আলোচনাত উইলিয়াম এ হ’চাক, ড৹ হং ভান নাগ’য়েন, খ্ৰিচ ডেফ, লিচা উইলিয়ামচ, মেথিউ স্মিথ, চাইমন ষ্ট্ৰে, কিম ৰাচেল, ড৹ জন হেলিন, ডান আল্লাফ আদি দেশ বিদেশৰ কৃষি বিশেষজ্ঞ আৰু কৃষি বিষয়াই অংশ গ্ৰহণ কৰে।

সকলো আলোচনাতে এই ব্যক্তি সকলে বিদেশৰ পৰাই ভাৰ্চুৱেল পদ্ধতিৰে আলোচনাত অংশগ্ৰহণ কৰে।

এই ভাৰ্চুৱেল আলোচনাত ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰচ অৱ কমাৰ্চ এণ্ড ইন্দ্ৰাষ্ট্ৰিৰ উত্তৰ পুৱ উপদেষ্টা কমিতিৰ সদস্য শ্যামকানু মহন্ত, উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সঞ্চালক আব্দুল জেলিল আৰু কৃষি বিভাগৰ আয়ুক্ত সচিব আকাশদ্বীপ উপস্থিত থাকে।

একেদৰে জৈৱিক উদ্যান শস্য, উদ্যান শস্যৰ নাৰ্চাৰী, কৃষক প্ৰশিক্ষণ সংগঠনৰ পৰিচালনাৰ বিষয়ত কৰ্মশালা অনুষ্ঠিত হয়।

অনুষ্ঠানত দেশ-বিদেশৰ সমল ব্যক্তিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা কৃষক সকলক পৰামৰ্শ আগবঢ়ায়।

আজি দ্বিতীয় দিনা প্ৰদৰ্শনী থলীত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ লগতে কৃষকৰ মাজত উদ্যান শস্যৰো প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

Recent News

bhaba

দুধনৈত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিৰুদ্ধেই হুংকাৰ দিলে বিজেপি কৰ্মীয়ে

কমিউনিষ্টসকলক য’তে দেখে, থিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

কমিউনিষ্টসকলক য’তে দেখে, থিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

IMG_20210306_150302

বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়েই মহা বিস্ফোৰণ বিতোপন শইকীয়াৰ

a raij

ৰাইজৰ দলৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd