• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাটৰ ১৩২জন লোকক বিদেশী, ২৫জনক ডি ভোটাৰ ঘোষণা বিদেশী ন্যায়াধিকৰণৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 30, 2018 7:45 am

1 min read

Foreigner Tribunal
701
VIEWS
Share on FacebookShare on Twitter

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোত চলি থকাৰ মাজতে বিদেশী ন্যায়াধিকৰণে ইয়াৰ এটা গুৰুত্বপূৰ্ণ ৰায়ত গোলাঘাটৰ মুঠ ১৩২জন লোকক বিদেশী বুলি ঘোষণা কৰিছে। ২৯ ডিচেম্বৰত গোলাঘাট জিলাৰ সীমান্ত আৰক্ষী শাখাৰ এটা সূত্ৰই এই কথা জানিবলৈ দিছে।

সূত্ৰটোৱে জনোৱা মতে জিলাখনৰ মুঠ ১৫৭জন সন্দেহজনক লোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত বিচাৰ প্ৰক্ৰিয়া চলি আছিল। তাৰে ১৩২ জনক বিদেশী বুলি ৰায় দিয়া হয়। বিদেশী বুলি ৰায় দিয়াসকলক ডিটেনশ্যন কেম্পত ৰখা হৈছে।

আনহাতে ইয়াৰে আন ২৫জনক ন্যায়াধিকৰণে ডি ভোটাৰ হিচাপে চিনাক্ত কৰিছে।

অৱশ্যে বিদেশী বুলি চিনাক্ত কৰাসকলক কেতিয়াকৈ বিতাড়িত কৰা হ’ব বা তেওঁলোক কোন দেশৰ নাগৰিক সেয়া উল্লেখ কৰাৰ পৰা বিৰত থাকিল সীমান্ত আৰক্ষীৰ সূত্ৰটো।

লগতে এন আৰ চিৰ খচৰতা তেওঁলোকৰ নাম সোমাইছিল নে নাই সেই বিষয়েও একো নক’লে সীমান্ত আৰক্ষীৰ সূত্ৰটোৱে।

Recent News

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd