• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাক্তন আছু নেতা নেকিবুৰ জামানৰ মাতৃ ৰহিমা খাতুনৰ ৮২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , September 18, 2020 9:40 pm

2 min read

Former Aasu leader Nekibur Jaman's mother passes away
142
VIEWS
Share on FacebookShare on Twitter

অসম আন্দোলনৰ নেতা, প্ৰাক্তন আছু নেতা নেকিবুৰ জামানৰ মাতৃ ৰহিমা খাতুনৰ ৮২ বছৰ বয়সত বৃহস্পতিবাৰে নিশা পৰলোকপ্ৰাপ্তি হয়৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে নিশা ১ বাজি ৩০ মিনিটত মৃত্যুক আকোৱালি লয় ৰহিমা খাতুনে৷

মহানগৰীৰ চানমাৰি মিলনপুৰ নিবাসী ৰহিমা খাতুন অসম আন্দোলনৰ সময়ত আন্দোলনকাৰীক যথেষ্ট সহায়-সহযোগ কৰি একপ্ৰকাৰ আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰিছিল৷

সেই সময়ৰ আছুৰ বহু শীৰ্ষ নেতাক চানমাৰিৰ মিলনপুৰৰ ঘৰত আশ্ৰয় দিয়াৰ লগতে খাদ্যও যোগান ধৰিছিল৷

এইগৰাকী ৰহিমা খাতুনৰ সন্মুখতে সেই সময়ৰ আছু নেতা তথা অসম আন্দোলনকাৰী পুত্ৰ নেকিবুৰ জামানক অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীয়ে অত্যাচাৰ কৰিছিল৷

সমাজৰ হিতচিন্তক, সৰবৰহী মহিলা ৰহিমা খাতুনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে৷

সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি বিপুল ৰাভা, প্ৰাক্তন আছু নেতা প্ৰিন্স ফাইজুল হক, ব্ৰজেন ডেকা, নুৰুল হকসহ বহুকেইজন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতাই মিলনপুৰৰ ঘৰত উপস্থিত হৈ ৰহিমা খাতুনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আত্মাৰ সদ্গতি কামনা কৰে আৰু পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷

ইহসংসাৰত নেকিবুৰ জামানসহ চাৰি পুত্ৰ আৰু তিনিগৰাকী জীয়ৰীসহ নাতি-নাতিনী তথা বহু শুভকাংক্ষীক এৰি থৈ যায় খাতুনে৷

উলুবাৰী কৱৰস্থানত আজি সন্ধিয়া ৬.৩০ বজাত সৰবৰহী মহিলা ৰহিমা খাতুনৰ শেষকৃত্য সম্পন্ন কৰা হয়।

Recent News

1593687950_RAAgrY_SupremeCourtofIndia

“আপুনি তাইক বিয়া কৰালে শাস্তিৰ পৰা ৰেহাই পাব!”; ধৰ্ষণত অভিযুক্ত চৰকাৰী বিষয়াক ক’লে মুখ্য ন্যায়াধীশে

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

‘মেন আপ’ : পিতৃতান্ত্ৰিকতাক ওফৰাবলৈ পুৰুষসকলক আহ্বান জনালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে

‘মেন আপ’ : পিতৃতান্ত্ৰিকতাক ওফৰাবলৈ পুৰুষসকলক আহ্বান জনালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে

দ্বিতীয়বাৰৰ বাবে মাক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে নিজৰ ফটো প’ষ্ট কৰিলে কৰীণা কাপুৰে

দ্বিতীয়বাৰৰ বাবে মাক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে নিজৰ ফটো প’ষ্ট কৰিলে কৰীণা কাপুৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd