• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেবক লৈ ব্যস্ত আছুৰ প্ৰাক্তন সভাপতিয়ে পাহৰিলে অসম আন্দোলনৰ প্ৰথম চহিদ খৰ্গেশ্বৰ তালুকদাৰক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 10, 2019 12:12 pm
aasu-candle-light

প্ৰতিনিধিত্বমূলক ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অৰ্থাৎ ১০ ডিচেম্বৰৰ দিনটো অসম আন্দোলনৰ প্ৰথমগৰাকী চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত চহিদ দিৱস হিচাপে পালন কৰা হয়।

ৰাজ্যখনৰ জাতীয়তাবাদী তথা আঞ্চলিকতাবাদী নেতাসকলৰ লগতে প্ৰতিজন অসমীয়াই আজিৰ দিনটোত অসম আন্দোলনৰ চহিদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

Apply Now

স্বাভাৱিকতে আজিৰ দিনটোত আছুৰ নেতাসকলৰ লগতে ইয়াৰ প্ৰাক্তন নেতাসকলে চহিদক সোঁৱৰণ কৰাটো এটা দায়বদ্ধতা তথা পৰম্পৰাৰ বিষয়।

কিন্তু ক্ষমতাই যেন জাতিটোৰ প্ৰতি থকা এই সকলো দায়বদ্ধতাকে নেতাসকলৰ মনৰ পৰা মচি দিছে।

আছুৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান অগপ দলৰ সভাপতি আৰু ৰাজ্য চৰকাৰৰ এগৰাকী মন্ত্ৰী অতুল বৰাই আজি চহিদ দিৱসৰ কথা পাহৰিয়েই গ’ল।

প্ৰাক্তন আছু নেতাগৰাকীৰ ছচিয়েল মিডিয়াৰ টুইটাৰ একাউন্টত দেখা নাই চহিদ দিৱসৰ কোনো টুইট। যোৱা ২১ জুনত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসত তাৎক্ষণিকভাৱে টুইট কৰা মন্ত্ৰী গৰাকীয়ে ক্ষমতাৰ ৰাগীত পাহৰিয়েই গ’ল চহিদ দিৱসৰ কথা।

একেদৰে আছুৰ আন এগৰাকী প্ৰাক্তন সভাপতি তথা বৰ্তমান চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তয়ো চহিদ দিৱস উপলক্ষে প্ৰকাশ কৰা নাই কোনো চিন্তা। ছচিয়েল মিডিয়াত প্ৰাক্তন আছু নেতাগৰাকীয়ে চহিদক স্মৰণ কৰাৰ কোনো বাৰ্তা বিচাৰি পোৱা নগ’ল।

আনহাতে, আছুৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বহু পলমকৈহে চহিদ দিৱসৰ বাৰ্তা দিয়া দেখা গ’ল।

ইপিনে, এসময়ত আছুৰ সৈতে জড়িত থকা আৰু পাছত বহু দল-সংগঠন বাগৰি আহি প্ৰভাৱশালী মন্ত্ৰীৰ খিতাপ লাভ কৰা হিমন্ত বিশ্ব শৰ্মায়ো চহিদ দিৱসৰ বাৰ্তা দিয়া দেখা নগ’ল। তাৎপৰ্যপূৰ্ণভাৱে মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে এবাৰ অসম চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰী হিচাপেও দায়িত্ব চম্ভালিছিল।

স্বাভাৱিকতে বিষয়টোৱে সচেতন অসমীয়াৰ মনত চিন্তাৰ উদ্ৰেক কৰিছে। আছুৰ মজিয়াৰ পৰা গৈয়েই নেতা হোৱা আৰু বৰ্তমান ক্ষমতাৰ কেন্দ্ৰত বহা প্ৰতাপী ব্যক্তিসকলে চহিদক মনত পেলাব নোৱাৰাটো পৰিতাপৰ বিষয়।

দেখা যায় যে এই নেতাসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয়ত মন্তব্য বা বাৰ্তা দিবলৈ  তৎপৰতা প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত কোনোদিনেই পিছ পৰা নাই।

আম্বেদকাৰৰ জয়ন্তীতে হওক বা দীনদয়াল উপাধ্যায়ৰ জয়ন্তীতে হওক কিম্বা আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসেই হওক ৰাতিপুৱা সাৰ পায়েই বাৰ্তা দিবলৈ নাপাহৰা এইসকল নেতাই চহিদ দিৱসৰ কথা পাহৰি যোৱাটো অত্যন্ত লজ্জাজনক বিষয়।

নিজৰ জাতিটোৰ জাতীয় জীৱনৰ চহিদকে পাহৰি যোৱা এনে নেতাৰ পৰা অসমে আৰু কিবা আশা কৰিব পাৰেনে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd