• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন এবছু নেতা লৰেঞ্চ ইছলাৰীকে ধৰি দুই সহস্ৰাধিক বিপিএফ কৰ্মীৰ ইউ পি পি এলত যোগদান

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 11, 2021 3:43 pm
Joined UPPL

ইউ পি পিএলত যোগ দিলে প্ৰাক্তন এবছু নেতা লৰেন্স ইছলাৰীয়ে। ফটো: নৰ্থইষ্ট নাও।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধান সভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ দিন চমু চাপি অহা লগে লগেই ৰাজনৈতিক দল সমূহৰ তৎপৰতা বৃদ্ধি পাইছে। সেইদৰে, বি টি আৰৰ শাসকীয় দল ইউ পি পি এলেও সদস্য ভৰ্তি কৰি শক্তিশালী ৰূপত দল গঢ়াৰ প্ৰচেষ্টা হাতত লৈছে।

অনাগত নিৰ্বাচনৰ উদ্দেশ্য আগত লৈ আজি ইউ পি পি এলে কোকৰাঝাৰ খাংক্লাবাদা খেলপথাৰত অনুষ্ঠিত কৰে বিশাল যোগদান অনুষ্ঠান।

Apply Now

উক্ত অনুষ্ঠানত বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত বি টি আৰৰ এগৰাকী চুক্তি স্বাক্ষৰকাৰী তথা নিখিল বড়ো ছাত্র সন্থা (এবছু)ৰ প্ৰাক্তন সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী সহ দুই সহস্ৰাধিক এবছু, বি পি এফৰ কৰ্মী আনুষ্ঠানিকভাৱে যোগদান কৰে।

লৰেঞ্চ ইছলাৰী ১৯৯১ চনৰ পৰা প্ৰাথমিক শাখা এবছুৰ পৰা আৰম্ভ কৰি আঞ্চলিক জিলা আৰু কেন্দ্ৰীয় এবছুত ২০২০ চনলৈকে দীৰ্ঘদিনীয়া বড়ো জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ চৰকাৰলৈ দাবী কৰি অহা এগৰাকী যুৱ নেতা।

লৰেঞ্চ ইছলাৰী অহা বিধান সভা নিৰ্বাচনত ৩০ নং কোকৰাঝাৰ পূব সমষ্টিৰ সম্ভাব্য ইউ পি পি এলৰ প্ৰাৰ্থী হব। হাগ্ৰামা মহিলাৰী নেতৃত্বধীন বি পি এফৰ বিধায়িকা তথা বৰ্তমানৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মা সৈতে মূল যুজঁ হব লৰেঞ্চ ইছলাৰীৰ।

যোগদান অনুষ্ঠানত উপস্থিত থাকি বড়োৱে সংবাদ মাধ্যমৰ আগত বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি কয় যে কাৰিগাওত কমলা কিনি ৰাইজক মই খুৱাইছো কিন্তু হাগ্ৰামা ইমান ধন থকা স্বত্বেও কমলা এটাও কিনি ৰাইজক খুওৱা নাই।

তেওঁ কয় যে অনাগত অসম বিধান সভা নিৰ্বাচনত হাগ্ৰামা মহিলাৰী দলৰ এজনো প্ৰাৰ্থী বিজয় নহয় ।

আনহাতে, প্ৰাক্তন এবছু নেতা তথা বি টি আৰ চুক্তি স্বাক্ষৰকাৰী লৰেঞ্চ ইছলাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে দীৰ্ঘদন এবছুত থাকি এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ হৈ মাত মতা হৈছিল যদিও সহবাস ব্যৱস্থাপনাৰ কথাও কৈ অহা হৈছিল আৰু আজি আনুষ্ঠানিকভাৱে ৰাজনৈতিক দলত যোগদান কৰিছোঁ কোকৰাঝাৰত বসবাস কৰা সকলো জনগোষ্ঠীৰ মাজত উন্নয়নমুলক কামকাজ ,ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক উন্নয়ন সুনিশ্চিত কৰিবলৈ।

বি পি এফৰ বিধায়িকা প্ৰমিলা ৰাণী ব্ৰহ্ম তেওঁৰ কাৰ্যকালত উন্নয়নৰ কাম কৰাত ব্যৰ্থ হৈছে বুলিও সমালোচনা কৰে নেতাগৰাকীয়ে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm
৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm
৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd