DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৰুতৰভাৱে অসুস্থ প্রাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্ত দিল্লীৰ এইমছত চিকিৎসাধীন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2021 7:00 am
DwjFNkjVAAIIlm3-750x375

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। ফাইল ফটো।

351
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত বৃহস্পতিবাৰে সন্ধিয়া গুৰুতৰভাৱে অসুস্থ পৰাত তেওঁক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চেৰে নি দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হয়।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বহুদিনৰে পৰাই অসুস্থ হৈ আছিল। সম্প্ৰতি তেওঁক দিল্লী  এইমছৰ কাৰ্ডিঅ’লজি বিভাগৰ ১০৪নং কোঠাত ৰাখি চিকিৎসা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে মহন্তৰ ষ্ট্ৰোক হোৱাৰ উপৰি শৰীৰৰ অংগ-প্ৰত্যংগসমূহ স্বাভাৱিকভাৱে কাৰ্যক্ষম হৈ উঠা নাই।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কিছু দীঘলীয়া চিকিৎসাৰ প্ৰয়োজন হ’ব বুলি কোৱা হৈছে।

৬৮বছৰীয়া মহন্ত বিভিন্ন শাৰীৰিক অসুস্থতাৰ বাবে গুৱাহাটীৰ ডাউনটাউন হাস্পাতলত চিকিৎসাধীন হৈ আছিল।

ৰাজ্যখনৰ দুবাৰকৈ মুখ্যমন্ত্ৰী মহন্তক যোৱা ১৬ জানুৱাৰিত বুকুৰ বিষ আৰু শাৰীৰিক দুৰ্বলতাৰ বাবে হাস্পাতলখনত ভৰ্তি কৰোৱা হৈছিল।

এগৰাকী ডায়েবেটিছ ৰোগী মহন্তক ইয়াৰ পূৰ্বে যোৱা বছৰ ছেপ্টেম্বৰ মাহতো উচ্চ ৰক্তচাপৰ সমস্যাৰ বাবে গুৱাহাটীত হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল।

প্ৰফুল্ল কুমাৰ মহন্তই বৰ্তমান অসম বিধানসভাত বৰহমপুৰ সমষ্টিৰ পৰা অসম গণ পৰিষদৰ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰি আছে।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd