• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰ্তমানো জটিল অৱস্থাত তৰুণ গগৈৰ স্বাস্থ্য; ভেণ্টিলেটৰতে আছে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 21, 2020 8:19 am

1 min read

tarun-gogoi-1
463
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য বৰ্তমানো জটিল অৱস্থাত আছে আৰু গগৈক ভেণ্টিলেটৰত ৰখা হৈছে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ অধীক্ষক অভিজিত শৰ্মাই গগৈৰ শৰীৰত অক্সিজেনৰ মাত্ৰা ৯৬-৯৭ শতাংশৰ ভিতৰত আছে বুলি জানিবলৈ দিয়ে।

‘‘বৃহস্পতিবাৰে তৰুণ গগৈৰ শৰীৰত অক্সিজেনৰ মাত্ৰা হ্ৰাস পাইছিল। বৰ্তমান তেওঁক এন আই ভিত ৰখা হৈছে। তেওঁৰ শৰীৰত অক্সিজেনৰ মাত্ৰা ৯৬-৯৭ শতাংশৰ ভিতৰত আছে। গগৈৰ প্ৰস্ৰাৱৰ মাত্ৰা হ্ৰাস পোৱাটো এটা চিন্তনীয় বিষয়,’’ অভিজিত শৰ্মাই লগতে কয়।

আনহাতে, স্বাস্থ্যৰ উন্নতি নঘটিলে গগৈক ডায়ালাইছিছো কৰাবলগীয়া হ’ব পাৰে বুলি অভিজিত শৰ্মাই লগতে কয়।

তৰুণ গগৈক চিকিৎসা প্ৰদান কৰি চিকিৎসকৰ দলটোৱে গগৈৰ স্বাস্থ্য সম্পৰ্কত দিল্লীৰ এইমছৰ চিকিৎসকৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিছে।

বুধবাৰে ৮৫ বছৰীয়া তৰুণ গগৈয়ে কিছু শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগিছিল। নৱেম্বৰৰ ১ তাৰিখে তৰুণ গগৈক পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd