• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তৃণমূল কংগ্ৰেছত যোগদান কৰিব নেকি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই?

মহচীন খাইয়াম by মহচীন খাইয়াম
April 17, 2022 7:07 am
ৰিপুন বৰা। ফাইল ফটো।

ৰিপুন বৰা। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবাটাও বাতৰিত দাবী কৰা হৈছে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰিব পাৰে।

একাংশ বাতৰিত দাবী কৰা হৈছে যে ৰিপুন বৰাই অহা সপ্তাহত নিৰ্ধাৰিত এক অনুষ্ঠানত তৃণমূল কংগ্ৰেছত যোগদান কৰিব পাৰে। কিন্তু প্ৰাক্তন সাংসদজনে এই দাবীসমূহ অস্বীকাৰ কৰিছে।

অৱশ্যে এক সূত্ৰই ‘নৰ্থইষ্ট নাওক’ক জনায় যে প্ৰাক্তন সাংসদগৰাকীৰ লগতে তেওঁৰ সমৰ্থকসকলে এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই।

তেওঁ টিএমচিত যোগদান কৰাৰ সম্ভাৱনা আছে যদিও কিছুমান চৰ্ত আছে যিবোৰ সদৰী কৰা হোৱা নাই।

লগতে পঢ়ক: সাম্প্ৰদায়িক হিংসাকলৈ মৌন মোদী: ১৩ বিৰোধী দলৰ নেতাৰ বিবৃতি প্ৰকাশ

ৰিপুন বৰাৰ আম আদমী পাৰ্টিত (আপ) যোগদানৰ সম্ভাৱনা সম্পৰ্কীয় শেহতীয়া বিষয়টোৰ বিষয়ে কোৱা সূত্ৰটোৱে জানিবলৈ দিয়ে যে নিৰ্দিষ্ট কিছুমান কাৰণত তেওঁ দিল্লী ভিত্তিক দলত যোগদান কৰাটো সম্ভৱ নহয়।

সূত্ৰটোৱে লগতে কয়, “এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল যে এতিয়ালৈকে আপে দিল্লীৰ ওচৰত থকা আৰু ইয়াৰ বাবে সহজে ভেটি স্থাপন কৰিবলৈ সক্ষম আন ৰাজ্যসমূহৰ ওপৰত গুৰুত্ব দি আছে”।

সূত্ৰটোৰ মতে এই মুহূৰ্তত অসম নহয়, আপে গুজৰাট আৰু হিমাচলক অধিক গুৰুত্ব দিয়া দেখা গৈছে।

সূত্ৰটোৱে লগতে দিল্লীভিত্তিক দলটোৱে হিমাচলৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে বুলিও দাবী কৰে।

লগতে পঢ়ক: বৰপেটাত ৬ জেহাদীক গ্ৰেপ্তাৰ, এজনৰ বিৰুদ্ধে পি এফ আইৰ সৈতে জড়িত থকাৰ অভিযোগ

অসমক অধিক গুৰুত্ব দিবলৈ হ’লে ইয়াৰ মাজত থকা দুখন ৰাজ্য অতিক্ৰম কৰি আহিব লাগিব। কিন্তু ই এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু সেয়েহে ইয়াৰ প্ৰাথমিক লক্ষ্য হৈছে দিল্লীৰ আশে পাশে থকা ৰাজ্যসমূহ।

সূত্ৰটোৱে লগতে কয়, “আনহাতে, ৰিপুন বৰাৰ কলকাতা ভিত্তিক দলটোত যোগদান কৰাৰ অধিক সম্ভাৱনা আছে। টিএমচিয়ে ইতিমধ্যে মেঘালয়ত এটা ভিত্তি স্থাপন কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ উপস্থিতি তুলি ধৰিছে। তদুপৰি, টিএমচি আৰু আপ ৰাষ্ট্ৰীয় পৰ্যায়ত তৃতীয় মৰ্চাৰ দল।”

সূত্ৰটোৱে জনায় যে এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্তটো লোৱা হোৱা নাই আৰু তেওঁ ইয়াত যোগদান কৰাৰ সম্ভাৱনা আছে যদিও সেইয়া সময়েহে ক’ব।

একেটা বিষয়তে বক্তব্য ৰাখি আম আদমী পাৰ্টিৰ অসমৰ মুৰব্বী ভবেন চৌধুৰীয়ে কয় যে ৰিপুন বৰাকে ধৰি সকলোকে আপলৈ আদৰণি জনোৱা হ’ব যদিহে তেওঁলোকে দলৰ আদৰ্শ গ্ৰহণ কৰে আৰু সমাজৰ বাবে কাম কৰে।

লগতে পঢ়ক: নতুনকৈ কংগ্ৰেছত যোগদানৰ জল্পনা-কল্পনাৰ মাজতে নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ ছোনিয়া, ৰাহুলক সাক্ষাৎ

কেইজনমান নেতাই দাবী কৰাৰ দৰে ৰিপুন বৰা আপৰ সৈতে সম্পৰ্কত আছে নেকি বুলি সোধাত তেওঁ কয়, “সম্পৰ্কত থকাটো এটা স্বাভাৱিক কথা, ইয়াত কোনো ভুল নাই। আনকি যিসকলে এইটো দাবী কৰিছে তেওঁলোকেও মোৰ সৈতে যোগাযোগ কৰিছিল। ইয়াৰ অৰ্থ এইটো নহয় যে ব্যক্তিজনে আমাৰ ইয়াত ইচ্ছামতেই যোগদান কৰিব।” 

মহচীন খাইয়াম

মহচীন খাইয়াম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd