DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত ৬ জেহাদীক গ্ৰেপ্তাৰ, এজনৰ বিৰুদ্ধে পি এফ আইৰ সৈতে জড়িত থকাৰ অভিযোগ

পুলেন্দ্ৰ দাস,বৰপেটা by পুলেন্দ্ৰ দাস,বৰপেটা
April 16, 2022 4:48 pm
বৰপেটাত ৬ জেহাদীক গ্ৰেপ্তাৰ, এজনৰ বিৰুদ্ধে পি এফ আইৰ সৈতে জড়িত থকাৰ অভিযোগ
136
VIEWS
Share on FacebookShare on Twitter

পুনৰ ছয়জনকৈ জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বৰপেটা আৰক্ষী।

বৰপেটাৰোডৰ সমীপৰ কাটাঝাৰত আৰক্ষীয়ে দুই জেহাদীক আটক কৰিছে ৷

আটক কৰা জেহাদী দুই ভাতৃহৈছে ক্ৰমে মুছাৰফ হুছেইন আৰু মকিবুল ইছলাম ৷ ইয়াৰ ভিতৰত মহিবুল ইছলাম পি এফ আইৰ সৈতে জড়িত থকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

বৰপেটা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই সংবাদমেল যোগে জনোৱা মতে আৰক্ষীয়ে এক অভিযান চলাই কাটাঝাৰৰ এই দুজন জেহাদীৰ উপৰি হাউলী কুমল্লীপাৰাৰ ছাদ্দাম, সৰুক্ষেত্ৰীৰ ক্ষুদ্ৰ ফালাদী গাৱৰ মুফটি ছুলেইমান, ছুলেইমান, হাউলীৰ খন্দকাৰপাৰাৰ জাহিদুল ইছলাম, ধানবন্ধা গৰৈমাৰী পথাৰৰ ৰছিদুল ইছলামক আটক কৰিছে ৷

এই ৬ জন জেহাদীক বৰপেটা সদৰ থানাত ৰুজু হোৱা 419/2022 নম্বৰ গোচৰত U/S 120(b)/121/121A IPC R/W Sec17/18/18B/19/20 UA(P) Act ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ৷

উল্লেখ্য যে, বৰপেটাত বাহৰ পাতি থকা আল-কায়দা ইন ইণ্ডিয়ান চাব-কন্টিনেন্ট চমুকৈ AQIS ৰ সৈতে প্ৰত্যক্ষভাৱে জৰিত জেহাদী মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰচিদক যোৱা ৪ মাৰ্চত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷

তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিতে বৰপেটা আৰক্ষীয়ে শেহতীয়াকৈ পুনৰ ৬ টাকৈ অল কায়দাৰ জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd