DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নতুনকৈ কংগ্ৰেছত যোগদানৰ জল্পনা-কল্পনাৰ মাজতে নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ ছোনিয়া, ৰাহুলক সাক্ষাৎ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 16, 2022 3:11 pm
নতুনকৈ কংগ্ৰেছত যোগদানৰ জল্পনা-কল্পনাৰ মাজতে নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ ছোনিয়া, ৰাহুলক সাক্ষাৎ
132
VIEWS
Share on FacebookShare on Twitter

নতুনকৈ কংগ্ৰেছ দলত যোগদান কৰাৰ জল্পনা-কল্পনাৰ মাজতে নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে শনিবাৰে নতুন দিল্লীত কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী আৰু জ্যেষ্ঠ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰে।  

বাতৰি অনুসৰি, বৈঠকত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অম্বিকা ছোনি, দিগ্বিজয় সিং, অজয় মাকেন, মল্লিকাৰ্জুন খাৰ্গে আৰু কে.চি বেণুগোপালো উপস্থিত আছিল।

কিশোৰে শেহতীয়াকৈ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনকে ধৰি ডাঙৰ নিৰ্বাচনসমূহৰ পূৰ্বে কংগ্ৰেছক পুনৰুত্থান কৰা সন্দৰ্ভত ছোনিয়া আৰু ৰাহুল গান্ধীৰ সৈতে পুনৰ আলোচনা আৰম্ভ কৰিছে।

লগতে পঢ়ক: পঞ্জাৱত আপ চৰকাৰৰ বৃহৎ ঘোষণা; জুলাইৰ পৰাই ৰাজ্যবাসীয়ে বিনামূলীয়াকৈ পাব ৩০০ ইউনিট বিদ্যুৎ

দুয়োপক্ষই ইয়াৰ আগতে ঐক্যবদ্ধ হোৱাৰ বিষয়ে কেইবাটাও পৰ্যায়ৰ আলোচনাৰ পিছত ব্যৰ্থ হৈছিল।

বাতৰি অনুসৰি, ৰণনীতিবিদগৰাকীৰ ঘনিষ্ঠ সূত্ৰই জানিবলৈ দিয়া মতে কংগ্ৰেছৰ সৈতে এই আলোচনা চলিত বছৰৰ শেষৰ ফালে গুজৰাট নিৰ্বাচনৰ ওপৰত কেন্দ্ৰীভূত আছিল।

তেওঁলোকে কোৱা মতে কংগ্ৰেছ নেতৃত্ব আৰু প্ৰশান্ত কিশোৰে মুখ্যতঃ ২০২৪ চনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ সন্দৰ্ভত ব্লুপ্ৰিণ্টৰ ৰচনাৰ বিষয়ে আলোচনা কৰিছে।

ৰণনীতিবিদজনে এক ডাঙৰ ভূমিকা পালন কৰা মমতা বেনাৰ্জীয়ে নিৰ্বাচনত বিজয়ী হোৱাৰ এসপ্তাহৰ পিছতে যোৱা বছৰ প্ৰশান্ত কিশোৰ আৰু গান্ধীৰ মাজৰ আলোচনা ব্যৰ্থ হৈছিল।

লগতে পঢ়ক: ঘৰৰ ডিপ ফ্ৰীজত উদ্ধাৰ কুকুৰ, মেকুৰী, সাপকে ধৰি প্ৰায় ২০০ মৃত প্ৰাণী! কোন এই পাষণ্ড?

কংগ্ৰেছে পিছত প্ৰশান্ত কিশোৰৰ এজন প্ৰাক্তন সহযোগীৰ সৈতে ইয়াৰ নিৰ্বাচনী প্ৰচাৰৰ কাম চম্ভালিবলৈ চুক্তিবদ্ধ হৈছিল।

Recent News

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd