• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী ৰূপনছিং ৰংহাং আৰু নাই

কংগ্ৰেছী ৰাজনীতিকজনে সুকীয়া ৰাজ্য দাবী আন্দোলনতো নেতৃত্ব দিছিল।

নংগি তেৰাং by নংগি তেৰাং
November 18, 2019 7:01 pm
Former Assam minister Rupon Sing Ronghang dies

চিকিৎসালয়ত ৰংহাঙৰ কাষত তুলিৰাম ৰংহাং। ছবি সৌজন্য- টুইটাৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰাক্তন মন্ত্ৰী, কংগ্ৰেছ নেতা ৰূপনছিং ৰংহাঙৰ দেওবাৰে ৰাতি গৃহ চহৰ ডিফুত মৃত্যু হৈছে। তেওঁৰ বয়স আছিল ৭১ বছৰ।

বয়সজনিত ৰোগত চিকিৎসাধীন হৈ থকা ৰংহাঙে ডিফু অসামৰিক চিকিৎসালয়ত ৰাতি প্ৰায় ১১.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰিছে। মঙলবাৰে স্বগৃহত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।

Apply Now

১৯৯৯ চনত কংগ্ৰেছত যোগ দি সক্ৰিয় ৰাজনীতিলৈ অহা ৰংহাং ২০০১ চনত তৰুণ গগৈ চৰকাৰৰ শিক্ষা (ৰাজ্যিক) মন্ত্ৰী আছিল।

ৰংহাং বৈঠালাংছু সমষ্টিৰ বিধায়কৰূপে নিৰ্বাচিত হৈ আহিছিল।

সক্ৰিয় ৰাজনীতিত যোগ দিয়াৰ আগৰে পৰা ৰংহাং বিভিন্ন কাৰ্বি জাতীয় সংগঠনৰ লগত জৰিত আছিল।

তেওঁ সুকীয়া ৰাজ্য দাবী আন্দোলনতো নেতৃত্ব দিছিল। কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্তশাসিত ৰাজ্য দাবী সমিতি (KANCHASDCOM)ৰ তেওঁ সভাপতি আছিল।

ৰংহাঙৰ মৃত্যুক অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে “অপূৰণীয় ক্ষতি”ৰূপে অভিহিত কৰিছে আৰু শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

কাৰ্বি আংলং জিলা আৰু বোকাজান ব্লক কংগ্ৰেছ সমিতিয়েও তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

খৰছিং ইংতি, চাৰছিং ইংতি প্ৰমুখ্যে জিলা কংগ্ৰেছৰ নেতৃত্বই ৰংহাঙৰ শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে নিজৰ শোকবাণীত ৰংহাঙক “তেওঁৰ যুগৰ এজন প্ৰভাৱশালী নেতা” আছিল বুলি মন্তব্য কৰিছে।

My condolences to the bereaved family of Lt. Ruponsing Ronghang, ex- Minister, who passed away today. He had been an influential leader of his time. pic.twitter.com/qi80UgZTS6

— Tuliram Ronghang (@TuliramRonghang) November 18, 2019

ৰাজনীতিলৈ অহাৰ পূৰ্বে ৰংহাং কফি ব’ৰ্দত কৰ্মৰত আছিল আৰু লিয়েইজন অফিচাৰৰ দায়িত্বত থকা অৱস্থাত চাকৰি ইস্তফা দিছিল।

তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এছ চি আৰু পিছত এল এল বি ডিগ্ৰী লৈছিল।

১৯৪৮ চনত জন্ম লোৱা ৰংহাং খয়ছিং ৰংহাং আৰু কাফুই তেৰনপিৰ জ্যেষ্ঠ সন্তান আছিল।

নংগি তেৰাং

নংগি তেৰাং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd