• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অধিনায়ক হিচাপে ৰিকি পইণ্টিং আৰু বিৰাট কোহলীৰ মাজত বহু সাদৃশ্য আছে : ব্ৰেট লী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 29, 2020 7:57 am

1 min read

অধিনায়ক হিচাপে ৰিকি পইণ্টিং আৰু বিৰাট কোহলীৰ মাজত বহু সাদৃশ্য আছে : ব্ৰেট লী
268
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা বেগী বলাৰ ব্ৰেট লীয়ে অধিনায়কত্বৰ প্ৰসংগত বিৰাট কোহলী আৰু ৰিকি পইণ্টিঙৰ মাজত যথেষ্ট সাদৃশ্য আছে বুলি মন্তব্য কৰে।

”তেওঁলোকৰ মাজত স্বভাৱজাত আগ্ৰাসী মনোভাৱ আছে, কিন্তু সেয়া প্ৰতিটো সময়ত যদিও বৰ দৰকাৰী নহয় তথাপি পইণ্টিঙে যিধৰণে আক্ৰামণাত্মক ফিল্ড সজাই মই একেধৰণে প্ৰতিচ্ছবি বিৰাট কোহলীৰ ক্ষেত্ৰতো দেখো,” ব্ৰেট লীয়ে কয়।

আনহাতে, বিৰাট কোহলীৰ নেতৃত্বত ভাৰতীয় দলৰ মানসিকতা আৰু আগ্ৰাসী মনোভাৱৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে বুলিও ব্ৰেট লীয়ে কয়।

উল্লেখযোগ্য যে, নৱেম্বৰ মাহত বিৰাট কোহলীৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব।

বিগত বৰ্ষৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত ভাৰতে অষ্ট্ৰেলিয়াৰ মাটিতে টেষ্ট শৃংখলা দখল কৰিবলৈ সক্ষম হৈছিল।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে দীৰ্ঘদিন ক্ৰিকেটাৰ পথাৰৰ পৰা আতৰি থকা বিৰাট কোহলী আৰু ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ সকল আই পি এলৰ মাধ্যমেৰে পুনৰ ক্ৰিকেটৰ মাজলৈ উভতি আহিব।

চলিত বৰ্ষৰ আই পি এল য়ু এ ইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে।

 

Recent News

Golaghat1

গোলাঘাটৰ ধনশিৰি নদীত সন্ধানহীন এগৰাকী উদীয়মান ফুটবল খেলুৱৈ

index.jpg

অনন্য দৃষ্টান্ত ৰাহুল গান্ধীৰ : কোভিড পৰিস্থিতিৰ বাবে পশ্চিমবংগৰ সকলো নিৰ্বাচনী ৰেলী বাতিল

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd