• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আত্মীয়ৰ সৈতে মাদাৰ বৃদ্ধাৱাসত ৮৫ সংখ্যক জন্মদিন পালন অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 11, 2019 5:40 pm

2 min read

Tarun Gogoi

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ ওপজা দিন

634
VIEWS
Share on FacebookShare on Twitter

মাদাৰ বৃদ্ধাবাসত জেষ্ঠ নাগৰিক আৰু পুত্ৰ গৌৰৱ তথা আত্মীয়ৰ সৈতে শুকুৰবাৰে ৮৫ বছৰীয়া জন্মদিন পালন কৰে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

বিৰোধী দলপতি দেবব্ৰত শইকীয়াকে ধৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে তৰুণ গগৈক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও তৰুণ গগৈক ওপজা দিনৰ ওলগ জনাই তেখেতৰ সুস্বাস্থ্য কামনা কৰে।

সেইসময়ৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত(বৰ্তমান যোৰহাট জিলাত) ৰঙাজান চাহ বাগিছাৰ এটা আহোম পৰিয়ালত ১৯৩৬ চনৰ ১১ অক্টোবৰত তৰুণ গগৈৰ জন্ম হৈছিল।

তৰুণ গগৈৰ পিতৃ ড০ কমলেশ্বৰ গগৈয়ে ৰঙাজান চাহ বাগিছাত চিকিৎসক হিচাপে কৰ্মৰত আছিল। তৰুণ গগৈৰ মাতৃৰ নাম আছিল ঊষা গগৈ।

ছাত্ৰ অৱস্থাৰে পৰা ৰাজনীতিৰ প্ৰতি আগ্ৰহী তৰুণ গগৈয়ে পৰৱৰ্তী সময়ত কংগ্ৰেছত যোগদান কৰি নিষ্ঠাৰে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰে।

তৰুণ গগৈ ২০০১ চনৰ পৰা ২০১৬ চনলৈ ১৫ পোন্ধৰ বছৰ অসমৰ মুখ্য মন্ত্ৰী হিচাপে গধুৰ দায়িত্ব পালন কৰে।

তাৰ পূৰ্বে তেওঁ ষষ্ঠ বাৰৰ বাবে লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

১৯৭১ চনত তেওঁ প্ৰথমবাৰৰ বাবে যোৰহাটৰ পৰা লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

উল্লেখযোগ্য যে, তৰুণ গগৈয়ে মুখ্য মন্ত্ৰী হিচাপে সন্ত্ৰাস জৰ্জৰ অসমৰ আইন-শৃংখলা পৰিস্থিতি সুস্থিৰ কৰাত গুৰুত্ব ভুমিকা পালন কৰাৰ লগতে অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজন কৰি ভাৰতত অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ মান উচ্চ কৰিছিল।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd